GST Raid:
মহানগৰীত কৰ ফাঁকি দিয়া অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে জিএছটিৰ মাৰাথন অভিযান ৷ ভূতনাথ আৰু পামহীৰ দুটাকৈ স্থানৰ কে’বাটাও ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গুদামত বৃহস্পতিবাৰে জিএছটিৰ দলে অৰ্তকিতে অভিযান চলাই প্ৰায় ৫ কোটি টকাৰ সামগ্ৰী জব্দ কৰে। একেদৰে অভিযানত জব্দ কৰে প্লাষ্টিক ভর্তি তিনিখনকৈ বাহন৷ অভিযানকাৰী দলটোৱে দুই ব্যৱসায়ীৰ ৫ টা গুদাম ছীল কৰাৰ লগতে কেতবোৰ নথিপত্ৰও জব্দ কৰে।
ADVERTISEMENT




































