Rashtrapati bhavan :অসমৰ লোকবাদ্যৰ ঝংকাৰেৰে মুখৰিত হ’ল ৰাষ্ট্ৰপতি ভৱন

WhatsApp Image 2026 01 27 at 12.18.14 PM

Rashtrapati bhavan :

অসমৰ লোকবাদ্যৰ ঝংকাৰেৰে মুখৰিত হ’ল ৰাষ্ট্ৰপতি ভৱন I লোকসংগীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাৰ নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণিল সংস্কৃতি প্ৰদৰ্শিত হ’ল ‘ৰাইচিনা হিল’ত।

ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ পৰিচালনাত হীৰকজ‍্যোতি শৰ্মাৰ নেতৃত্বত প্ৰদৰ্শিত হ’ল উত্তৰ পূবৰ বৰ্ণিল সংস্কৃতি ৷ অসম তথা বিভিন্ন ৰাজ‍্যৰ শিল্পী সকল আছিল সৃজন লাল ৰিয়াং ( ত্ৰিপুৰা) , প্ৰীতি বৰা ( অসম) , ৰাকচিল চাংমা ( মেঘালয়) , অৰূপ কলিতা ( অসম) , বসন্ত সিনহা ( মণিপুৰ), পুষ্প বৰা ( অসম) , এলেক্স পাৰ্টিন ।

Exit mobile version