Accident in Arunachal:অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনাত তিনিচুকীয়াৰ দুই যুৱকৰ কৰুণ মৃত্যু

WhatsApp Image 2026 01 29 at 6.04.43 PM

Accident in Arunachal:

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল তিনিচুকীয়াৰ দুই যুৱক। তিনিদিন ধৰি ঘৰলৈ উভতি অহা নাছিল যুবক দুজন। যাৰবাবে পৰিয়ালৰ লোকে চিন্তিত হৈ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই সন্ধান উলিয়ায় যুৱক দুজনে চলাই যোৱা টাটা মেজিক বাহনখন ৷ হুনলীত পাহাৰৰ পৰা টাটা মেজিক বাগৰি পৰাৰ ফলতে দুই যুৱক ক্ৰমে তিনিচুকীয়াৰ মনোজ শ্বাহ, মাকুমৰ জনৈক ছেত্ৰী নিহত হোৱাটো নিশ্চিত কৰে আৰক্ষীয়ে ৷

Exit mobile version