Meghalaya:মেঘালয়ৰ ৰাটাচ’ৰাত ভয়ংকৰ ঘটনা

ৰাজপথতে দাওঁ দাওঁ কৈ জ্বলি উঠিল ডাম্পাৰ, জুইত অগ্নিদগ্ধ হৈ মৃত্যু হয় বাহনখনৰ চালকৰ

WhatsApp Image 2026 02 03 at 2.03.17 PM 1

Meghalaya:

চুবুৰীয়া মেঘালয়ত ৰাটাচ’ৰাত ভয়ংকৰ ঘটনা ৷ বৰাক-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত হঠাতে দাওঁ দাওঁকৈ জ্বলি উঠিল এখন ডাম্পাৰ । ফলত জুইত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় বাহনখনৰ চালকজন ৷ নিহত চালকজন বদৰপুৰৰ ছানী ৰয় বুলি চিনাক্ত কৰা হয়। উল্লেখ্য যে চলন্ত অৱস্থাত ডাম্পাৰখন উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ যায় ৷ ফলস্বৰূপে জুইৰ সূত্ৰপাত হৈ লগে লগে ভস্মীভূত হয় ডাম্পাৰখন ।

Exit mobile version