Earthquake:✒️ৰাজ্যত পুৱাই মৃদু ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.২ ৷ ভূমিকম্প অভিকেন্দ্ৰ আছিল ঢেকীয়াজুলি। ৮ জানুৱাৰীটো হোৱা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকীয়াজুলি । শেহতীয়াকৈ ৰাজ্যত সঘনাই হৈ থকা মৃদু ভূমিকম্পৰ জোকাৰণিয়ে চিন্তিত কৰি তুলিছে সকলোকে ৷
ADVERTISEMENT






























