CBI:
উৎকোচ লোৱাৰ অভিযোগত গুৱাহাটী জিএছটিৰ অৱসৰপ্ৰাপ্ত অধীক্ষক আৰু ২ পৰিদৰ্শকৰ বিৰুদ্ধে কঠোৰস্থিতি চিবিআইৰ ৷ চিবিআইয়ে তিনি বিষয়াই ৰজু কৰে গোচৰ ৷ উল্লেখ্য যে জিএছটিয়ে জব্দ কৰা আৰেনাকাট, বার্মিজ ছিগাৰেট জিএছটিৰ অৱসৰপ্ৰাপ্ত অধীক্ষক আৰু ২ পৰিদৰ্শকে ৩৫ লাখ টকা উৎকোচ লৈ মুকলি দিয়াৰ অভিযোগ উদ্থাপিত হৈছিল ৷
ADVERTISEMENT




































