Dima Hasao:
ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে পাৰ্বত্য জিলা ডিমা হাছাও আৰক্ষী জালত দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী। বিশেষ সূত্ৰৰ পমখেদি ডিমা হাছাও আৰক্ষীয়ে ডিটেকচৰাত অভিযান চলাই এখন বাহনৰ পৰা জব্দ কৰে ১৭৬.৫৫ গ্রাম হেৰ’ইন সহ নগদ ৷ আৰক্ষীয়ে আটক কৰে দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী বাহাৰুল ইছলামক। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীতোক।
ADVERTISEMENT




































