Theft Incident :মহানগৰীত ফুট গধুলিতে চোৰৰ চাফাই অভিযান

এমাহৰ ভিতৰতে শিক্ষকৰ ঘৰত দুবাৰকৈ চুৰিকাণ্ড

WhatsApp Image 2026 02 07 at 11.20.31 AM

Theft Incident :

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেন্স দি চোৰে অব্যাহত ৰাখিছে চূৰি কাণ্ড। শুকুৰবাৰে ফুট গধূলিলে মঠঘৰীয়াত শিক্ষকৰ ঘৰত চোৰে চলালে চাফাই অভিযান ৷তলা ভাঙি চোৰে লৈ গ’ল সোণৰ আ-অলংকাৰ সহ নগদ ধন ৷এমাহৰ ভিতৰত শিক্ষক অসীম বৰুৱাৰ ঘৰত দুবাৰকৈ চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই চিন্তিত কৰি তুলিছে মঠঘৰীয়াবাসীক ৷

Exit mobile version