APCC Case Filed:
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মঙলবাৰে দিছপুৰ থানান এজাহাৰ দাখিল কৰে বিধায়কদ্বয় দিগন্ত বৰ্মন,শিৱামণি বৰাই ৷ এজাহাৰত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এ আইৰ ভিডিঅ’ৰে সাম্প্রদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ ৷
উল্লেখ্য যে সংখ্যালঘু লোকক টার্গেট কৰি মুখ্যমন্ত্ৰীৰ হাতত মাৰণাস্ত্ৰ থকা ভিডিঅ’ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈছিল ৷ দিছপুৰ থানাত কংগ্ৰেছৰ এজাহাৰ দাখিলৰ সময়ত উপস্থিত থাকে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা ।
