Akhil Gogoi:পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ আজি দ্বিতীয় দিনত অথন্তৰ

অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন, মার্চেল লগাই অখিল গগৈক বাহিৰ কৰিলে সদনৰ পৰা

WhatsApp Image 2026 02 17 at 12.13.56 PM

Akhil Gogoi:

পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ আজি দ্বিতীয় দিন । পুৱাৰে পৰা আৰম্ভ হোৱা সদনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰাজ্য চৰকাৰে লোৱা ধাৰক লৈ প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। এই সন্দৰ্ভত সদনত চিঞৰি চিঞৰি ড:হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ অর্থনৈতিক অৱস্থা ভাঙি পেলালে বুলি মন্তব্য কৰি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰাৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধানসভাৰ পৰা অখিল গগৈক নিলম্বনৰ ঘোষণা কৰে ৷ আনকি অধ্যক্ষ গগৈক মার্চেল লগা বাহিৰ কৰিলে সদনৰ পৰা। ইয়াকে লৈ সদনৰ বাহিৰে-ভিতৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷

Exit mobile version