Maharasta:মহাৰাষ্ট্ৰত মুছলমানৰ শিক্ষা-চাকৰিত পাঁচ শতাংশ সংৰক্ষণ বাতিল

WhatsApp Image 2026 02 19 at 5.36.51 PM

Maharasta:

মহাৰাষ্ট্ৰ চৰকাৰে চাকৰি আৰু শিক্ষাত মুছলমানে লাভ কৰা পাঁচ শতাংশ সংৰক্ষণ বাতিল কৰিলে। ৰাজ্যখনৰ সামাজিক ন্যায় বিভাগে এক চৰকাৰী নিৰ্দেশনা জাৰি কৰি পূৰ্বৰ নিৰ্দেশ বাতিল কৰা বুলি ঘোষণা কৰিলে। মহাৰাষ্ট্ৰত পূৰ্বৰ কংগ্ৰেছ-এনচিপি চৰকাৰে মাৰাঠাসকলক ১৬ শতাংশ আৰু মুছলমানক পাঁচ শতাংশ সংৰক্ষণ প্রদানৰে এক অধ্যাদেশ জাৰি কৰিছিল। অৱশ্যে বিগত ১০ বছৰ ধৰি এই অধ্যাদেশ বৈধ নাছিল, কিয়নো কংগ্ৰেছ চৰকাৰে জাৰি কৰা অধ্যাদেশ ছসপ্তাহৰ পাছত বিধানসভাত গৃহীত হোৱা নাছিল।

Exit mobile version