Russia:
ৰাছিয়াত এতিয়া তিয়হ এক দুর্লভপাচলিত পৰিণত হৈছে। দেশখনত ব্যাপক মূল্যবৃদ্ধি অব্যাহত থকাৰ সময়তে প্রতিকিলো তিয়হৰ মূল্য ৩০০ ৰুবেল অৰ্থাৎ ভাৰতীয় মুদ্রাত প্রায় ৩৫৬ টকা হ’ল। ডিচেম্বৰৰ তুলনাত তিয়হৰ মূল্য দেশখনত প্রায় দুগুণ বৃদ্ধি পালে। চাৰি বছৰীয়া ইউক্রেইন-ৰাছিয়া যুদ্ধৰ ফলত ৰাছিয়াত ব্যাপক মুদ্রাস্ফীতি হৈছে। এই কাৰণত তিয়হসহ বিভিন্ন খাদ্যদ্রব্য আৰু পাচলিৰ মূল্য অত্যধিক হৈছে ৷
ADVERTISEMENT



































