GMCH Campus:জিএমচিএছ চৌহদত গৰাকী বিহীন এটি কন্যা শিশু উদ্ধাৰ

WhatsApp Image 2026 02 21 at 12.50.59 PM 1

GMCH Campus:

মহানগৰীৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চৌহদত গৰাকী বিহীন এটি কন্যা শিশু উদ্ধাৰ ৷ কন্যা শিশু ক্ৰন্দনৰত অৱস্থাত ইফালে- সিফালে ঘূৰিফুৰি থকা অৱস্থাত কৰ্তব্যৰত নিৰাপত্তা কৰ্মীয়ে কোলাত লৈ পৰিচয় জানিব বিচাৰে যদিও কণমানি গৰাকীয়ে পৰিচয় দিবলৈ সক্ষম নহ’ল ৷ পিছত ভঙাগড় আৰক্ষী থানাৰ আৰক্ষীক চমজাই দিয়া হয়। উল্লেখ্য যে কণমানিজনীক কোনোলোকে জিএমচিএইছত এৰি যোৱাৰ সন্দেহ কৰিছে নিৰাপত্তাৰক্ষীয়ে।

Exit mobile version