Cachar :
ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান। বিশেষ সূত্ৰৰ পদখেদি কাছাৰ আৰক্ষীৰ এটা দলে জিৰিঘাটত এখন বলেৰ’ পিকআপ ভানত তালাচী চলাই গোপন চেম্বাৰৰ পৰা জব্দ কৰে প্ৰায় ১০ হাজাৰ য়াবা টেবলেট। আৰক্ষীয়ে আটক কৰে মণিপুৰৰ দুই সৰবৰাহকাৰী কে নামথুইদিনাং আৰু খুম্বাক।
ADVERTISEMENT




































