Pistol Seized in Sibsagar:
শিৱসাগৰত আৰক্ষীৰ জালত হস্তনির্মিত মাৰণাস্ত্রসহ সৰবৰাহকাৰী ৷ চহৰ খনৰ এএছটিচি তিনিআলিৰ ওচৰত DL-3CBD-7208 নম্বৰৰ ফৰছুনাৰত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অৰ্তকিতে তালাচী চলাই এটা হস্তনির্মিত পিষ্টল, এটা খালী মেগজিন সহ দুই যুৱকক আটক কৰে । আটকাধীন যুৱক দুজন হ’ল যোৰহাটৰ ভৰত শইকীয়া আৰু চেলেংহাটৰ পল্লৱ শইকীয়া। ধৃত দুয়োকে সোধপোছ অব্যাহত ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে।
ADVERTISEMENT





































