Assam State Zoo:
মহানগৰীৰ সদাব্যস্ত ৰাজপথত শৰপহুৰ মুক্ত বিচৰণ ৷ আৰ জি বৰুৱা উৰণ সেতুৰ তলত শুকুৰবাৰে পুৱাই এটা শৰপহুৱে যানবাহনৰ আহযাহৰ মাজতে বিচৰণ কৰি থাকে। সন্দেহ কৰা মতে নাতিদূৰৈত থকা অসম ৰাজ্যিক চিৰিয়াখানাৰ গাৰ্ড ৱাল অতিক্ৰম কৰি ৰাজপথ পাইহি শৰপহুটি ৷ এই খিনিতে প্ৰশ্ন হয় কিমান সুৰক্ষিত চিৰিয়াখানাৰ জীৱ- জন্ত ৷ গাৰ্ডৱাল অতিক্ৰম কৰি কেনেকৈ সদাব্যস্ত ৰাজপথ পালেহি শৰপহুটি ৷ ইয়াকে লৈ উদ্থাপন হৈছে বিভিন্নজনৰ প্ৰশ্ন ৷
ADVERTISEMENT






























