Bike Theft Arrested in Guwahati:মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত কুখ্যাত বাইক চোৰৰ দল

WhatsApp Image 2026 02 27 at 2.06.55 PM

Bike Theft Arrested in Guwahati:

মহানগৰীত শেহতীয়াকৈ বৃদ্ধি পাইছে বাইক চোৰৰ সন্ত্ৰাস ৷ পাকিঙত ৰখাই থোৱাৰ পৰা আৰম্ভ কৰি ঘৰৰ পদূলিৰ পৰাই চোৰে ইখনৰ পিছত সিখনকৈ চোৰ কৰি নিছে বাইক ৷ এই সন্দৰ্ভত ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত বশিষ্ঠৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত গুৱাহাটী আৰু যোৰহাটত অভিযান চলাই ৪ কুখ্যাত বাইক চোৰ সহ ৩ খন চুৰি বাইক উদ্ধাৰ কৰে ৷ ধৃত বাইক চোৰ কেইটা হ’ল মৃদু বড়ো, পলাশ বাঢ়ৈ, ধ্ৰুৱ বৰুৱা আৰু বিকি ৰহমান ।

Exit mobile version