Drugs Seize in Pengeri:তিনিচুকীয়া আৰক্ষী অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

WhatsApp Image 2026 02 27 at 12.12.05 PM 1

Drugs Seize in Pengeri:

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লৈ থকাৰ মাজতে তিনিচুকীয়াৰ পেঙেৰীৰ ৰহবাৰীত ড্ৰাগছসহ বুজন পৰিমাণৰ চিৰিঞ্জ জব্দ কৰে পেঙেৰি আৰক্ষীয়ে ৷ আটক কৰিবলৈ সক্ষম হয় এজন সৰবৰাহকাৰীক ৷ আটকাধীন ড্ৰাগছ পেডলাৰটোৰ নাম মিন্টু দাঙ ৷

Exit mobile version