Foreign liquor seized in Cachar: কাছাৰ আৰক্ষীৰ তালাচীত জব্দ বুজন পৰিমাণৰ বিদেশী সুৰা

WhatsApp Image 2026 02 27 at 12.12.05 PM

Foreign liquor seized in Cachar:

কাছাৰত বিদেশী সুৰাৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে আৰক্ষীৰ অৰ্তকিতে চলোৱা অভিযানত জব্দ বুজন পৰিমাণৰ বিদেশী সুৰা ৷

বিশেষ খবৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে কলাইনত মেঘালয়ৰ পৰা মিজোৰাম অভিমুখী এখন বাহনৰ পৰা প্ৰায় ৮১ কার্টন বিদেশী সুৰা জব্দ কৰাৰ লগতে আটক কৰে বাহনখনৰ চালক খছৰুল ইছলামক ৷

Exit mobile version