Cyber Crime:নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইমৰ অভিযোগ

WhatsApp Image 2026 02 28 at 5.38.12 PM

Cyber Crime:

নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহমেদৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইমৰ অভিযোগ উদ্থাপিত হৈছে ৷ বহিঃৰাজ্যৰ বহু শৈক্ষিক প্রতিষ্ঠান আৰু চাকৰিৰ নামত আজাহাৰে লুটিছিল কে’বাকোটি টকা ৷ চাইবাৰ ক্ৰাইমৰ জৰিয়তে প্ৰায় ১কোটি ৩০ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উদ্থাপিত হোৱাৰ পিছতে শেহতীয়াকৈ আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত আত্মগোপন কৰিছে যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহমেদ ৷

আনহাতে যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইমৰ অভিযোগ উদ্থাপিত হোৱাৰ পিছত যিকোনো মুহূৰ্ততে আটক হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Exit mobile version