Gogamukh:গোগামুখত NDRF জোৱানৰ তাণ্ডৱ

সুৰাসক্ত অগ্নিনিৰ্বাক বাহিনীৰ ৱাটাৰ ট্ৰেংকাৰ চালকৰ অতপালিত কথমপি প্ৰাণৰক্ষা কেইবাগৰাকী যাত্ৰীৰ

WhatsApp Image 2026 03 05 at 1.16.27 PM

Gogamukh:

গোগামুখত NDRF জোৱানৰ তাণ্ডৱ I সুৰাসক্ত অগ্নিনিৰ্বাপ ক বাহিনীৰ ৱাটাৰ ট্ৰেংকাৰ চালকৰ অতপালিত কথমপি প্ৰাণৰক্ষা কেইবাগৰাকী যাত্ৰীৰ। সুৰাত মগ্ন চালকে জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ হোৱা বাহন পেলালেগৈ খালত। আৰক্ষীৰ সৈতেও অশ্লীল শব্দৰে দুৰ্ব্যৱহাৰ মাতাল চালকৰ।

সুৰাসক্ত চালকৰ অশ্লীল গালিৰে গোগামুখ আৰক্ষী থানাত আৰক্ষীৰ সন্মুখতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ।

Exit mobile version