Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কৌশলেৰে অগপৰ সমষ্টি কাঢ়ি নি মুখ্যমন্ত্রী ‘নিজা মানুহ’ক সংস্থাপিত কৰিবলৈ চেষ্টা চলোৱাৰ চৰ্চা

publisher by publisher
March 7, 2026
in News, Assam
Reading Time: 1 min read
0
কৌশলেৰে অগপৰ সমষ্টি কাঢ়ি নি মুখ্যমন্ত্রী ‘নিজা মানুহ’ক সংস্থাপিত কৰিবলৈ চেষ্টা চলোৱাৰ চৰ্চা
1
SHARES
12
VIEWS
ShareShareShareShare

Bjp:✒️আসন্ন বিধানসভা নির্বাচনত সমষ্টি ভাগ-বাটোৱাৰাত বিজেপিৰ আগ্রাসী ভূমিকাক কেন্দ্ৰ কৰি মিত্ৰ দলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে। ইয়াকে লৈ অগপৰ বিভিন্ন জিলা সমিতিত নেতা-কর্মীৰ মাজত ক্ষোভ বিয়পি পৰিছে। তাৰেই পৰিণতিত দলীয় নেতা-কর্মীয়ে দলত্যাগ কৰিছে।

ADVERTISEMENT

এনে পৰিস্থিতি চম্ভালিবলৈ অগপ নেতৃত্ব তৎপৰ হৈছে যদিও সকলো শীর্ষ নেতাই ইয়াত সহযোগিতা কৰা নাই। বৰঞ্চ তেনে কে’বাজনো নেতাই ক্ষুব্ধ হৈ পৰাসকলকহে সহযোগিতা কৰা বুলিহে দলৰ ভিতৰ চ’ৰাত চর্চা চলিছে।

RelatedPosts

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

Beef Exports:গো- মাংস ৰপ্তানিকাৰীৰ ৪০ কোটি টকা বিজেপিলৈ !

AGP:হাতী এৰি লুৰিণজ্যোতিৰ জাহাজত উঠিবলৈ সাজু অগপৰ দুই বৰ্তমানৰ আৰু দুই প্ৰাক্তন বিধায়ক !

লক্ষ্যণীয়ভাৱে সমষ্টিৰ বিষয়টোক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ বক্তব্যতো ভিন্নতা স্পষ্ট হৈছে।এই সম্পৰ্কত স্পষ্ট উত্তৰ বিচাৰিছে জিলা সমিতিসমূহে। এ দাবীৰে ইতিমধ্যে কে’বাখনো জিলা সমিতিৰ সভাপতিয়ে অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশব মহন্তৰ লগত যোগাযোগ কৰিছে। উল্লেখ্য যে মুখ্যমন্ত্রী ড° শৰ্মাই সম্প্ৰতি কৰা ঘোষণা অনুসৰি অগপৰ লগত বিজেপিৰ নিৰ্বাচনী বুজাপৰা মসৃণভাৱে সম্পন্ন হৈছে। অর্থাৎ সমষ্টিৰ ভাগ-বাটোৱাৰা সম্পূৰ্ণ হৈছে। ইয়াৰ বিপৰীতে অগপ সভাপতি অতুল বৰাই কয়, ‘বিজেপিৰ লগত সৌহার্দ্যপূর্ণভাবে সঠিক দিশেবে আলোচনা চলি আছে। সকলো আসনৰ ক্ষেত্রত এতিয়াও খাটাং সিদ্ধান্ত হোৱা নাই।’

বৰাই এইবুলিও কয় যে শেষ মুহূর্ততো বহুত সালসলনি হৈ যায়। অগপই এইবাৰ দলৰ শক্তিশালী ভোট আৰু বিধায়কো থকা সমষ্টি হেৰুৱাব বুলি দলত আশংকাৰ সৃষ্টি হৈছে। তাৰ পৰিণতিতে দলৰ এজন জ্যেষ্ঠ নেতা জয়ন্ত খাউণ্ডে অগপ ত্যাগ কৰে। স্বয়ং অতুল বৰাক তেওঁৰ মন্ত্ৰীৰ চৰকাৰী আৱাসত সাক্ষাৎ কৰি খাউণ্ডে নিজ হাতে পদত্যাগ পত্র দাখিল কৰে।

এই পদত্যাগক লৈ খাউণ্ডে কয়, ‘সম্পূর্ণ ব্যক্তিগত কাৰণত অসম গণ পৰিষদ দল ত্যাগ কৰিছো। মই উপলব্ধি কৰিছো যে অসম গণ পৰিষদত থাকি বহু ত্যাগ কৰি কাম কৰিলেও একো লাভ নাই। দলটোৰ বাবে নিষ্ঠাৰে কাম কৰিছিলো।’ পদত্যাগ পত্ৰ গ্ৰহণ কৰি অতুল বৰায়ো তেওঁ নিষ্ঠাৰে কাম কৰি দল এৰাত দুখ প্রকাশ কৰা বুলি খাউণ্ডে সদৰী কৰে। আনহাতে, খাউণ্ডে কংগ্রেছত যোগদান কৰিব বুলি চৰ্চা হৈছে। যদি তেওঁক দলে এইবাৰ প্ৰাৰ্থিত্ব প্রদান কৰে, তেন্তে সমষ্টিটোৰ পূৰ্বৰ কংগ্ৰেছী প্রার্থিত্ব প্রত্যাশীসকলৰ আশাত চেঁচা পানী পৰিব পাৰে। এই সমষ্টিটোত কংগ্ৰেছৰ পৰা প্রার্থিত্ব বিচৰাসকলৰ ভিতৰত অন্যতম হ’ল পংকজ শইকীয়া, জিতেন কলিতা আৰু কমল বার্লা। ইয়াৰে শইকীয়াৰ নাম অধিক চর্চাত আছে।

উল্লেখ্য যে ২০২১ৰ নিৰ্বাচনত ২৫টা সমষ্টিত প্রত্যক্ষভাৱে যুঁজ দিয়া অগপই সেইবাৰ চাৰিটা সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। এইবাৰো এই সংখ্যা বাহাল ৰখাৰ পক্ষত আছে দলীয় নেতৃবৃন্দ। অগপৰ মজিয়াতে হোৱা চর্চা অনুসৰি, বিজেপিয়ে ২৯টা সমষ্টি এইবাৰো অগপক এৰি দিলেই যেনিবা; কিন্তু কোনবোৰ সমষ্টি দলটোক এৰি দিবলৈ সাজু থাকিব বিজেপি? বৰঞ্চ অগপৰ দখলত থকা সমষ্টি এইবাৰ কাঢ়ি ল’বলৈহে উদ্যত হৈছে বিজেপি। ইয়াকে লৈও ক্ষোভ বিয়পি পৰিছে। চর্চা অনুসৰি নব গঠিত মধ্য গুৱাহাটী সমষ্টিটোত পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বৃহৎ অংশ অন্তর্ভুক্ত হৈছে। গতিকে সমষ্টিটোৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ হ’ল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। সেই সমষ্টিটোতেই বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে বিধায়ক কলিতা। সূত্রত প্রকাশ যে কলিতাৰ লগত বিভিন্ন জিলা সমিতিয়েও যোগাযোগ স্থাপন কৰি বিজেপিৰ আগ্রাসী ৰূপৰ বিৰোধিতা কৰিছে।

ইপিনে, ৰঙানদী সমষ্টিত এইবাৰ বিজেপিৰ প্ৰাৰ্থী থাকিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ৰাজহুৱা ঘোষণাৰ পাছতে সমষ্টিটোৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ তথা অগপৰ কেন্দ্রীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে কালি পদত্যাগ কৰে। আকৌ দেৰগাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক ভবেন ভৰালীক নস্যাৎ কৰি সমষ্টিটোত এইবাৰ বিজেপিৰ প্ৰাৰ্থী থকিব বুলি মুখ্যমন্ত্রীয়ে ইতিমধ্যে ঘোষণা কৰিছে। এই ঘোষণাৰ পাছতে বিধায়ক ভৰালী আৰু তেওঁৰ সমর্থকসকল ক্ষোভিত হৈ পৰে। দৰাচলতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছৰে পৰা ভৰালী একপ্ৰকাৰ এলাগী হোৱাৰ দৰে হয়। সেয়েহে তেওঁ দলত্যাগৰো চিন্তা চৰ্চা কৰিছিল।

ইপিনে, নিজৰ বিধায়ক থকা তেজপুৰ সমষ্টিও এইবাৰ অগপ নেতৃত্বই বিজেপিক এৰি দিয়া বুলি চর্চা চলিছে। গতিকে কথাবোৰক লৈ অগপ নেতৃত্বই নিজৰ বক্তব্য স্পষ্ট কৰিব লাগে বুলি দলতেই দাবী উঠিছে; কিন্তু তেওঁলোক সম্পূৰ্ণ নীৰৱ হৈ ৰৈছে।

দিছপুৰত চৰ্চা এইবুলিও চলিছে যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ একান্ত অনুগামীসকল পূৰ্বৰ দৰে এইবাৰৰ নিৰ্বাচন জৰিয়তেও সংস্থাপিত কৰিবলৈ উঠিপৰি লাগিছে। চর্চা অনুসৰি, মধ্য গুৱাহাটী সমষ্টিটোত মুখ্যমন্ত্রীয়ে নিজৰ একান্ত অনুগত এগৰাকী নেত্ৰীক এইবাৰ আসন দিব বিচাৰিছে। দেৰগাঁৱতো একে ধৰণৰ তৎপৰতা মুখ্যমন্ত্ৰীয়ে অব্যাহত ৰাখিছে। প্রণিধানযোগ্য যে ২০২১ৰ নির্বাচনতো মুখ্যমন্ত্রীয়ে একে উদ্দেশ্যৰে কাম কৰিছিল। উদাহৰণ স্বৰূপে অগপৰ দখলত থকা কমলপুৰ সমষ্টিটো যোৱা বিধানসভা নির্বাচনত কাঢ়ি লোৱা হয়।

একেদৰে লখিমপুৰ সমষ্টিটোও অগপৰ পৰা কাঢ়ি নিজৰ অনুগত এজনক মুখ্যমন্ত্রীয়ে প্রার্থী প্রক্ষেপ কৰি জয়লাভো নিশ্চিত কৰে। এনে কে ‘বাটাও উদাহৰণ আছে। সেই উদাহৰণবোৰক আগত ৰাখিয়েই এইবাৰো একে কৌশলেৰে মুখ্যমন্ত্রী তথা বিজেপিয়ে অগপৰ ভেটি কাঢ়ি লোৱাৰ চেষ্টা চলোৱা বুলি সৰব চর্চা চলিছে। ইয়াকে লৈ সৃষ্টি হোৱা ক্ষোভ মৰিষণ কৰিবলৈকে কালি মাজনিশা পর্যন্ত দলটোৰ প্রার্থিত্ব প্রত্যাশী আৰু বিভিন্ন পৰ্যায়ৰ নেতাৰ লগত সভাপতি বৰা আৰু কাৰ্যকৰী সভাপতি মহন্তই মত বিনিময় কৰে।

নলবাৰী বিচাৰিছে অগপই: প্রয়োজনত বন্ধত্বমূলক প্রতিদ্বন্দ্বিতা!

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টি নলবাৰী বিচাৰিছে স্থানীয় অগপই। আজি দলৰ ঘগ্ৰাপাৰ মণ্ডল আৰু পশ্চিম বনভাগ মণ্ডলৰ নেতৃবৃন্দই সমষ্টিটোত অগপ প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাটো একপ্ৰকাৰ নিশ্চিত বুলি ইংগিত দিয়ে।

অগপৰ দুয়োটা মণ্ডলৰ নেতৃত্বই সংবাদমেলত লগতে কয়, ‘আমাৰ দলৰ কর্মীসকলে বিগত ১০ বছৰে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকাৰ পাছতো আমি আজি পর্যন্ত মিত্ৰতাৰ ধৰ্মত অটল আছো। এইবাৰ আমাৰ দলে প্রতিদ্বন্দ্বিতাৰ সুযোগ পাব লাগে।’ প্রয়োজনত বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতাৰো ইংগিত দিয়ে মণ্ডল সমিতি দুখনে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মণ্ডল সমিতি দুখনৰ নেতৃবৃন্দই লগতে কয়,’আমাৰ দলৰ দুই-তিনিজন নেতাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ যোগ্যতা আছে।’

অৱশ্যে তেওঁলোকে কোনো নেতাৰ নাম উল্লেখ নকৰিলে। তাৰ পাছতো তেওঁলোকে কয় যে দলৰ শীর্ষ নেতৃত্বই সমষ্টিটোত দলীয় প্রার্থীক প্রক্ষেপ নকৰিলে অহা ১০ মাৰ্চত মণ্ডল সমিতি দুখনে স্থিতি স্পষ্ট কৰিব বুলি তেওঁলোকে জনায়।

দৰং অগপতো ক্ষোভৰ সৃষ্টি

দৰং জিলাত জয়ৰ সম্ভাৱনা থকা দলীয় প্রার্থীক প্রক্ষেপ নকৰাক লৈ জিলাখনৰ অগপৰ সমিতিৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। বিজেপিয়ে দীর্ঘ বছৰ ধৰি অগপ কর্মীসকলক ‘ললীপপ’হে দিলে বুলি দৰং অগপই ক্ষোভ প্রকাশ কৰিছে। নাও বুৰিলেও টিঙৰ পৰা ননমা বুলি অভিযোগ কৰি জিলা অগপৰ সভাপতি কমলেশ্বৰ বৰুৱাক ছিপাঝাৰৰ অগপ কৰ্মীয়ে ঘেৰাও কৰিছে। আনকি দলীয় প্রার্থী থিয় নকৰালে সমূহীয়া পদত্যাগৰো হুংকাৰ দিছে অগপ কর্মীসকলে। আজি মঙলদৈস্থিত দৰং অগপৰ জিলা কাৰ্যালয়ত সমৱেত জিলাখনৰ বিভিন্ন স্থানৰ লগতে বালিপোতা, মহলীয়াপাৰা, দেওমৰনৈ, দীপিলা আদি অঞ্চলৰ দলীয় কৰ্মীসকলৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত এক সংবাদমেলত দলৰ এনে অৱস্থাৰ বাবে নেতৃত্বক জগৰীয়া কৰে অগপ কৰ্মীসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJP
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d