Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অ'বিচিৰ পৰা অনুসূচিতলৈ জাতি সলনি ড: দাসৰ, ডিমৰীয়া সংৰক্ষিত সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ড: দাস

publisher by publisher
March 11, 2026
in News
Reading Time: 1 min read
0
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
1
SHARES
5
VIEWS
ShareShareShareShare

Allegations of fraud:

আসন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰে অগপৰ আসন বুজাপৰা অব্যাহত থকাৰ মাজতে নৱগঠিত ডিমৰীয়া বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হোৱাৰ সুযোগ লৈ জাতিগত ভুৱা নথিৰে প্ৰাৰ্থী হ’বলৈ উঠিপৰি লাগিছে কে’বাজনো অগপ – বিজেপি নেতাই ৷

ADVERTISEMENT

ইয়াৰ ভিতৰত অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ড:তপন দাস অন্যতম বুলি চর্চিত হৈছে। অভিযোগ অনুসৰি দলটোৰ অন্যতম সাধাৰণ সম্পাদক তথা অসম পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ড:দাস প্রকৃততে অন্যান্য পিছপৰা শ্রেণী (অ’বিচি) সম্প্রদায়ৰ লোক। কিন্তু পৰৱৰ্তী সময়ত তেওঁ নিজকে অনুসূচিত জাতিৰ লোক বুলি প্ৰক্ষেপ কৰে। শপতনামাৰ জৰিয়তে অ’বিচিৰ পৰা তেওঁ হৈ পৰে অনুসূচিত জাতিৰ লোক।

RelatedPosts

No Content Available

অথচ চৰকাৰী নথিপত্ৰতে তেওঁ যে অ’বিচি সম্প্ৰদায়ৰ সেয়া স্পষ্টভারে উল্লেখ আছে। তপন দাস পূর্বে তপন ডেকা আছিল। ১৯৮৭ ত তেওঁ নিউ গুৱাহাটী আদর্শ হাইস্কুলত তপন ডেকা নামৰে নামভৰ্তি কৰিছিল। তেওঁৰ পিতৃজন হ’ল নাৰায়ণ চন্দ্র দাস। পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ সময়তে ১৯৯০ত তেওঁ উপাধি সলনি কৰি ডেকাৰ ঠাইত দাস লিখিবলৈ আৰম্ভ কৰে।

লক্ষ্যণীয় যে তেওঁ ১৯৯৪ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হৈছিল আৰু সেই সময়ত তেওঁ নিজকে সাধাৰণ শ্ৰেণীৰ লোক বুলি নথিত উল্লেখ কৰিছিল। অভিযোগ অনুসৰি তেওঁ প্ৰকৃততে ‘কেওট’ সম্প্ৰদায়ৰ লোক। তেওঁৰ পৰিয়ালৰ ভূমিৰ নথিত পিতৃৰ নাম নাৰায়ণ চন্দ্র ডেকা আৰু ককাক তথা পিতৃৰ পিতৃৰ নাম বলিৰাম কেওট বুলি উল্লেখ আছে।

কেওট সম্প্ৰদায়ৰ লগত কৈৱৰ্ত সম্প্ৰদায়ৰ কোনো সম্পর্ক নাই। কেওটসকল অ’বিচি সম্প্রদায়ৰ অন্তর্ভুক্ত। তেনে ক্ষেত্ৰত তপন দাসৰ তথ্য জালিয়াতি কৰি অগপৰ মজিয়াতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। অৱশ্যে দলটোৰ নিৰ্দিষ্ট কেইজনমান জ্যেষ্ঠ নেতাই বিষয়টো গাপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বিষয়টোক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদে।

সংগঠনটোৰ সভাপতি সঞ্জীৱ দাসে এই সন্দৰ্ভত কয়, ‘কেৱল ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত নিশাৰ ভিতৰতে তপন ডেকা হৈ পৰিল তপন দাস। এই কুকর্ম সংঘটিত কৰা নেতাজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। এনে ধৰণৰ লোকেই প্রকৃত অনুসূচিত জাতিৰ লোকৰ পেটত গোৰ মাৰি প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে। তপন দাস প্রকৃততে কেওট সম্প্রদায়ৰ লোক আৰু সেয়া তথ্যগতভাবে প্রমাণিত। কেওট সম্প্ৰদায়ৰ পৰা কেনেকৈ হঠাতে অনুসূচিত জাতিৰ লোক হৈ পৰিল সেয়া গভীৰ উদ্বেগৰ বিষয়।’ কেৱল মন্ত্রীৰ ঘনিষ্ঠ হোৱা বাবেই এই ধৰণৰ ভয়ংকৰ জালিয়াতি কৰিও ‘তপন ডেকা’ৰ দৰে লোকসকল সাৰি যাব নেকি বুলি সংগঠনটোৱে প্রশ্ন উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Agp leader Dr.Tapan dasAllegations of fraud
publisher

publisher

Related Posts

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল
News

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d