Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

ভুৱা চিমকাৰ্ডৰে পাকিস্তানৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগ, বৰপেটা আৰু বজালীৰ পৰা দুই জেহাদীক গ্ৰেপ্তাৰ এছটিএফৰ

WhatsApp Image 2026 03 11 at 2.13.36 PM

Jihadis Arrested :

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কুটাঘাটমূলক কাৰ্য পৰিকল্পনা যুগুত কৰা দুই জেহাদীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ এছটিএফৰ ৷ বিশেষ খবৰৰ ভিত্তিত মঙলবাৰে নিশা গুৱাহাটীৰ পৰা যোৱা এছটিএফৰ এটা দলে বৰপেটা আৰু বজালীত অভিযান চলাই দুই জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত জেহাদী দুজনৰ নাম জাহিনুৰ ইছলাম আৰু ছাহিদুল ইছলাম ৷ নিশাই দুই জেহাদীক বৰপেটাৰ পৰা গুৱাহাটীলৈ অনা হয় ৷ ইতিমধ্যে জেহাদী দুজনক অধিক তথ্যৰ বাবে মহানগৰীৰ ৰূপনগৰস্থিত এছটিএফৰ হেড কোৱাটাৰত মাৰাথন জেৰা অব্যাহত ৰাখিছে

Exit mobile version