Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কংগ্রেছে একপক্ষীয়ভাৱে মিত্রতা ভংগ কৰিলে:ভাস্কো ডি শইকীয়া

publisher by publisher
March 11, 2026
in News
Reading Time: 1 min read
0
Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল
1
SHARES
12
VIEWS
ShareShareShareShare

Raijor Dal Pressmert:

বিজেপিক উৎখাত কৰাৰ উদ্দেশ্যৰে কংগ্ৰেছ নেতৃত্বত গঠন কৰা ঐক্যজোঁটৰ অন্যতম ৰাইজৰ দলৰে আসন বুজাপৰা ক্ষেত্ৰত সহমত নোহোৱাৰ বাবে অৱশেষত মিত্ৰতা ভংগ হ’ল দল দুটাৰে ৷ অৰ্থাৎ কংগ্ৰেছ নেতৃত্বাধীন ছয়দলীয় মৰ্চাৰ পৰা আউট হ’ল অখিল গগৈ।

ADVERTISEMENT

উল্লেখ্য যে নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ থকা অৱস্থাত কংগ্ৰেছৰে ৰাইজৰ দলৰ আসন বুজাপৰা অব্যাহত থাকোতেই বিগত সপ্তাহত কংগ্ৰেছে ঘোষণা কৰে প্ৰাৰ্থী তালিকা ৷ ৰাইজৰ দলে বিচৰা কে’বাখনো আসনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাত ক্ষুন্ন হৈ পৰে অখিল গগৈয়ে ৷ যাৰ প্ৰত্যুত্তৰ স্বৰূপে কংগ্ৰেছ প্ৰক্ষেপ কৰা সমষ্টি সহ আন কে’বাটাও সমষ্টি সহ প্ৰাৰ্থী তালিকা ঘোষণা কৰে ৰাইজৰ দলে ৷ দুয়োটা দলৰ এই মাজত সংঘাত চলি থকাৰ মাজতে যোৱা সপ্তাহত গৌৰৱ গগৈয়ে লুৰিণজ্যোতি গগৈ,জন ইংতি কাথাৰ সহ চিপিএমৰ ৰাজ্যিক সম্পাদকৰ উপস্থিতিত আয়োজন কৰে সংবাদমেল ৷য’ত উপস্থিত নাছিল অখিল গগৈ ৷ একপ্ৰকাৰ অখিল গগৈক একাষৰীয়া কৰিয়ে আয়ো কৰা হ’ল সংবাদমেল ৷ইয়াৰ পিছতে অখিল গগৈ সোচ্ছাৰ হৈ কংগ্ৰেছৰ স’তে সম্পৰ্ক ইতি পৰা বুলি ইংগিত দি গৌৰৱগগৈ আৰু ৰকিবুল হুছেইনৰ অহং ভাবৰ বাবেও মিত্ৰতা আওল লাগিল ৷

RelatedPosts

Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

Maharaj PrithuFly Over:আজি আনুষ্ঠানিকভাৱে মুকলি হ’ব উত্তৰ- পূৰ্বাঞ্চলৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণসেতু

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

আনহাতে এনে ঘটনাক্ৰমৰ মাজতে বুধবাৰে এপিচিচি সভাপতি গৌৰৱ গগৈয়ে ফেচবুক পষ্ট যোগে ৰাইজৰ দলৰে সাময়িকভাৱে বিৰতি বিচাৰি বুলি উল্লেখ কৰে।

ইপিনে গৌৰৱ গগৈৰ এই ফেচবুক পষ্টৰ পিছতে থৰকাছুটি হেৰুৱাই অখিল গগৈয়ে ৷ সংবাদ মাধ্যমত পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ বিয়লি ৰাইজৰ দলৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত কাৰ্যকৰী সভাপতি ভাস্কো দি শইকীয়াই গৌৰৱ গগৈৰ ফেচবুক প’ষ্টক লৈ আশ্বর্য প্ৰকাশ কৰি কয়,আমি লুডু বা কেৰমৰ দৰে টাইম পাছ কৰি থকা গেম খেলি থকা নাই৷আমি মিত্ৰতাৰ আলোচনাত কোনো ধৰণৰ বিৰতি বিচৰা নাই ৷কংগ্রেছে একপক্ষীয়ভাৱে মিত্রতা ভংগ কৰিলে। গৌৰৱ গগৈয়ে বুজাপৰা সম্পৰ্কত এবাৰো লগ নিদিলে ৰাইজৰ দলক ৷ মিত্ৰতাৰ নামত কংগ্ৰেছে ভণ্ডামিহে কৰিলে ৷ আনকি জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাৰ সৈতে হোৱা আলোচনাৰ সিদ্ধান্ত দুঘণ্টাতে সলনি কৰে ৷

ৰাইজৰ দলৰ জ্যেষ্ঠ নেতা গৰাকীয়ে আৰু কয় যে,ৰিপুন বৰাৰে হোৱা আলোচনাত ৰঙানদী এৰি দিয়া হৈছিল ৰাইজৰ দলক ৷ পাছত অগপ ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা জয়ন্ত খাউণ্ডৰ বাবে ৰঙানদী এৰি নিদিয়া হ’ল কংগ্রেছে ৷ অৰ্থাৎ কংগ্রেছে অনানুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰিলে ৷ গৌৰৱ গগৈৰ দাম্ভিকতাৰ বাবে হৈ নুঠিল বহু আকাংক্ষিত মিত্ৰতা ৷ ইয়াৰ ফল ভোগ কৰিব আসন্ন নিৰ্বাচনত ৷ দিছপুৰৰ মচনদত যদি পুনৰ বিজেপি আহে ইয়াৰ বাবে সম্পূৰ্ণ দায়ী হ’ব গৌৰৱ,ৰকিবুল আৰু লুৰিণজ্যোতি৷ সংবাদমেলত ৰাছেল হুছেইন সহ কে’বাজনো ৰাইজৰ দলৰ নেতা উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: bhasko di saikiaGuwahatiPressmertRaijor Dal
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
India

এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
News

হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d