Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

    ৫০ বছৰ অতিক্রম কৰা পুৰুষৰ দ্রুত বার্ধক্যপ্রাপ্তি ঘটে

    BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

    BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

    প্রাচীন ভাৰতীয় পৰিব্রাজক চিকাই ক’ৰানৰ ভ্ৰমণ কাহিনী পোহৰলৈ আনিলে দুই বিদেশী গৱেষকে

    APHLC Candidate List Announced:কংগ্রেছৰ মিত্ৰদল এপিডিচিএলৰ দুজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

    AGP Joining:বাজপেয়ী ভৱন এৰি আমবাৰীলৈ ঢাপলি বিজেপি নেতা প্রকাশ দাসৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা এসপ্তাহত ১৯ লাখ কোটি টকা উধাও

publisher by publisher
March 14, 2026
in International, News
Reading Time: 1 min read
0
ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা এসপ্তাহত ১৯ লাখ কোটি টকা উধাও
1
SHARES
10
VIEWS
ShareShareShareShare

চলিত মধ্য প্রাচ্যৰ যুদ্ধই সর্বত্রে তুলিছে প্রচণ্ড জোঁকাৰণিৰ। ইয়াৰ সমান্তৰালভাৱে তেল- গেছৰ অধিক নাটনি সৃষ্টিৰ আশংকাই প্রচণ্ড খহনীয়াৰ সৃষ্টি কৰিছে ভাৰতৰ শ্বেয়াৰ বজাৰত আৰু অধিক শোচনীয় হৈছে ভাৰতীয় টকাৰ অৱস্থা। দেশৰ অর্থনীতিক জোঁকাৰি কালি একেদিনাই দেশৰ বজাৰত জুই জ্বলাৰ আশংকা ছেনছেক্সৰ ১,৪৪২ পইণ্টৰ পতন ঘটে। ফলত সম্প্রতি ছেনছেক্স ৭৫ হেজাৰৰ তললৈ নামিছে ।

ADVERTISEMENT

কালি সন্ধিয়ালৈ ছেনছেক্স ৭৪,৫৯২ পইন্ট হয়। ছেনছেক্সৰ এই বৃহৎ পতনৰ ফলত ব’ম্বে শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলে কালিৰ দিনটোতে ৯.৮ লাখ কোটি টকাৰ ক্ষতিৰ সম্মুখীন হয়। শুকুৰবাৰে ব’ম্বে শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সম্মুখীন হোৱা প্রতিষ্ঠানসমূহত আছে লার্জেন এণ্ড টার’, টাটা স্টীল, এছবিআই, ভাৰত ইলেক্ট্র’নিকছ আৰু মাৰুতি প্রতিষ্ঠান।

RelatedPosts

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

৫০ বছৰ অতিক্রম কৰা পুৰুষৰ দ্রুত বার্ধক্যপ্রাপ্তি ঘটে

BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

অৱশ্যে এই ধুমুহাৰ মাজতে হিন্দুস্তান ইউনিলিভাৰ, ভাৰতী এয়াৰটেল আদিয়ে লাভৰ মুখ দেখে। উল্লেখ্য যে বিগত কিছুদিন ধৰি ভাৰতৰ শ্বেয়াৰ বজাৰত খহনীয়া অব্যাহত আছে। আনকি যোৱা এসপ্তাহতে শ্বেয়াৰ বজাৰৰ পৰা ১৯ লাখ কোটি টকা উধাও হয়। এই ধাৰা অব্যাহত থকাত আজি ব’ম্বে শ্বেয়াৰ বজাৰৰ বজাৰ মূল্য মানৰ পৰিমাণ ৪৩০ লাখ কোটি টকালৈ হ্রাস পায়।

কেৱল ব’ম্বে শ্বেয়াৰ বজাৰতে নহয়, নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় শ্বেয়াৰ বজাৰতো সূচকাংক অৱনমন অব্যাহত আছে। আজিৰ দিনটোতে ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংকৰ ৪৬৮ পইণ্টৰ অৱনমন ঘটি ২৩,১৭০ পইন্টলৈ হ্রাস পায়। শ্বেয়াৰ বজাৰৰ এই খহনীয়াৰ বাবে বিশেষজ্ঞসকলে মধ্য প্রাচ্যৰ যুদ্ধ আৰু এই যুদ্ধই তেল গেছৰ নাটনি বৃদ্ধি কৰাৰ আশংকাকো দায়ী কৰিছে।

শ্বেয়াৰ বজাৰৰ এই বিপৰ্যয়ৰ মাজতে মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰো মূল্য হ্রাস অব্যাহত আছে। কালি সন্ধিয়া এক ডলাৰৰ দাম ভাৰতীয় মুদ্রাত ৯২.৪৭ টকা হয়। আজি একেদিনাই টকাৰ মূল্য ১৪ পইচা হ্রাস পায়। টকাৰ মূল্যৰ এনে ঐতিহাসিক পতনে দেশত বয়-বস্তুৰ মূল্য আকাশলংঘী কৰি তোলাৰ আশংকা প্রবল হৈছে। বিশেষকৈ শাক-পাচলি, মাহজাতীয় শস্য আদিৰ মূল্য বৃদ্ধিৰ আশংকা প্রবল হৈছে। লক্ষ্যণীয়ভাৱে বহুতৰ মনত উদয় হোৱা এনে আশংকা অমূলক নহয় বুলি একপ্ৰকাৰ প্ৰমাণ হৈছে কেন্দ্ৰীয় চৰকাৰৰ তথ্যত। কালি প্রকাশ পোৱা কেন্দ্ৰীয় চৰকাৰৰ এক তথ্যত কোৱা হৈছে যে সম্প্রতি দেশত উপভোক্তা মূল্য সূচকাংক অর্থাৎ খুচুৰা মুদ্রাস্ফীতি যোৱা ফেব্ৰুৱাৰীত ৩.২১ শতাংশলৈ বৃদ্ধি পায়। ইয়াৰ পূর্বে যোৱা জানুৱাৰীত দেশত খুচুৰা মুদ্রাস্ফীতিৰ পৰিমাণ ২.৭৪ শতাংশ আছিল।

অর্থাৎ ক্রমে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য বৃদ্ধি পাবলৈ ধৰাটো প্রতিপন্ন হৈছে। আনহাতে, এনে উদ্বেগজনক পৰিস্থিতিতে কালি পুনৰ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্রতি বেৰেলত এশ ডলাবলৈ বৃদ্ধি পায়। খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়েও মুদ্রাস্ফীতি অধিক বৃদ্ধি কৰাৰ আশংকা প্রৱল কৰিছে। অর্থাৎ সাতে সোত্তৰই মিলি সা-সামগ্ৰীৰ মূল্য অধিক বৃদ্ধি পোৱাৰ আশংকা প্রকট কৰিছে। তদুপৰি টকাৰ মূল্যও অধিক শোচনীয় কৰাৰ আশংকাৰো সৃষ্টি হৈছে।

অর্থাৎ আগন্তুক সময়ত দেশৰ বজাৰত জুই জুলাৰ ইংগিত স্পষ্ট হৈছে। স্বাভাৱিকতে টকাৰ মূল্য হ্রাস আৰু খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে আমদানিজাত সামগ্ৰীৰ মূল্য অধিক কৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে। হঠাতে কেউফালৰ পৰা সমস্যাই এনেদৰে জুমুৰি দি ধৰাত কেন্দ্ৰীয় চৰকাৰ শ’লঠেকত পৰাৰ সম্ভাৱনা আছে।অর্থনীতিবিদসকলৰ মতে টকাৰ মূল্য পতনৰ অন্যতম মূল কাৰণ হৈছে শেহতীয়াভাৱে মার্কিন ডলাৰ অধিক শক্তিশালী হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত
News

March 16, 2026
৫০ বছৰ অতিক্রম কৰা পুৰুষৰ দ্রুত বার্ধক্যপ্রাপ্তি ঘটে
News

৫০ বছৰ অতিক্রম কৰা পুৰুষৰ দ্রুত বার্ধক্যপ্রাপ্তি ঘটে

March 16, 2026
BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !
News

BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

March 16, 2026
প্রাচীন ভাৰতীয় পৰিব্রাজক চিকাই ক’ৰানৰ ভ্ৰমণ কাহিনী পোহৰলৈ আনিলে দুই বিদেশী গৱেষকে
News

প্রাচীন ভাৰতীয় পৰিব্রাজক চিকাই ক’ৰানৰ ভ্ৰমণ কাহিনী পোহৰলৈ আনিলে দুই বিদেশী গৱেষকে

March 16, 2026
APHLC Candidate List Announced:কংগ্রেছৰ মিত্ৰদল এপিডিচিএলৰ দুজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা
News

APHLC Candidate List Announced:কংগ্রেছৰ মিত্ৰদল এপিডিচিএলৰ দুজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

March 16, 2026
AGP Joining:বাজপেয়ী ভৱন এৰি আমবাৰীলৈ ঢাপলি বিজেপি নেতা প্রকাশ দাসৰ
News

AGP Joining:বাজপেয়ী ভৱন এৰি আমবাৰীলৈ ঢাপলি বিজেপি নেতা প্রকাশ দাসৰ

March 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d