Jihadi arrested in Barpeta:বৰপেটাত পুনৰ গ্ৰেপ্তাৰ জেহাদীক

পূৰ্বতে গ্ৰেপ্তাৰ হোৱা দুই জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ জেহাদীটো

WhatsApp Image 2026 03 14 at 5.21.23 PM

Jihadi arrested in Barpeta:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কুটাঘাটমূলক কাৰ্য সংঘটিত কৰা লক্ষ্যৰে কুজকাৱাজ আৰম্ভ কৰি থকা এটা জেহাদী পুনৰ বৰপেটা এছটিএফৰ জালত পৰে ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে দুই জেহাদীক এছটিএফে গ্ৰেপ্তাৰ কৰিছিল ৷ ধৃত জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত এছটিএফে বৰপেটাত অভিযান চলাই এজন দুৰ্ধৰ্ষ জেহাদী আটক কৰিবলৈ সক্ষম হয়। আটকাধীন জেহাদীজনৰ নাম মুস্তাফিজুৰ ৰহমান ৷

Exit mobile version