Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৫০ বছৰ অতিক্রম কৰা পুৰুষৰ দ্রুত বার্ধক্যপ্রাপ্তি ঘটে

    BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

    BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

    প্রাচীন ভাৰতীয় পৰিব্রাজক চিকাই ক’ৰানৰ ভ্ৰমণ কাহিনী পোহৰলৈ আনিলে দুই বিদেশী গৱেষকে

    APHLC Candidate List Announced:কংগ্রেছৰ মিত্ৰদল এপিডিচিএলৰ দুজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

    AGP Joining:বাজপেয়ী ভৱন এৰি আমবাৰীলৈ ঢাপলি বিজেপি নেতা প্রকাশ দাসৰ

    SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

১১ দিনত ১৩,৫৬০ কিলোমিটাৰ উৰণত এক ছেকেণ্ডৰো বিশ্রাম নাই

publisher by publisher
March 16, 2026
in News, world
Reading Time: 1 min read
0
১১ দিনত ১৩,৫৬০ কিলোমিটাৰ উৰণত এক ছেকেণ্ডৰো বিশ্রাম নাই
1
SHARES
9
VIEWS
ShareShareShareShare

প্রকৃতিয়ে চমক পছন্দ কৰে, বিস্ময় পছন্দ কৰে। সেই বিস্ময়ৰ ভিতৰত অন্যতম নিদর্শন হ’ল পৰিভ্ৰমী পক্ষী। প্রবল ঠাণ্ডাৰ প্রকোপৰ পৰা ৰক্ষা পাবলৈ পৰিভ্ৰমী চৰাইবোৰে অপেক্ষাকৃত কম ঠাণ্ডা অঞ্চললৈ উৰি যায়। আকৌ কিছুমান পক্ষীয়ে গৰমৰ দিনত ঠাণ্ডা ঠাইলৈ উৰি যায়।

ADVERTISEMENT

প্রতি বছৰে পৃথিৱীৰ নানা প্রান্তৰ পৰা পৰিভ্ৰমী চৰাইবোৰে হেজাৰ হেজাৰ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰি নতুন আবাসস্থলত উপস্থিত হয়। সম্প্রতি এনে এক বিস্ময়কৰ ঘটনাৰ সাক্ষী হৈছে বিশ্ব।

RelatedPosts

No Content Available

বাৰ-টেইলড গডউইট নামৰ এবিধ পক্ষীয়ে সম্প্রতি অবিশ্বাস্য কীর্তি অর্জন কৰিছে। বাৰ-টেইলড় গডউইট প্রজাতিৰ এটি মাত্র চাৰি মহীয়া পক্ষীয়ে একেৰাহে ১৩.৫৬০ কিলোমিটাৰ উৰি বিশ্ব অভিলেখ গঢ়িছে।

কম বয়সীয়া এই চৰাইটোৱে আলাস্কাৰ পৰা উৰি একেবাৰে অস্ট্রেলিয়াৰ তাছমানিয়াত উপস্থিত হৈছে। এই সম্পূর্ণ যাত্রাত সময় লাগিছে ১১ দিন। ইয়াৰ মাজতে ক’তো এক ছেকেণ্ডৰ বাবেও থমকি বোৱা নাছিল। আনকি এটুপি পানীও মুখত দিয়া নাছিল।

এই যাত্রায়েই ইতিহাস গঢ়িছে ‘বি-ছিক্স’ নামেৰেও পৰিচিত এই চৰাইটোৱে। একেৰাহে ১১ দিন ক’তো থমকি নোৰোৱাকৈ ইয়াৰ পূর্বে কোনো প্রাণীয়েই উৰা নাছিল। এই যাত্রা পৃথিবীৰ ইতিহাসত যিকোনো প্রাণীৰ দীর্ঘ নিববচ্ছিন্নভাবে আকাশত উবা হিচাপে নথিভুক্ত হৈছে।

এই অসাধাৰণ যাত্রাপথটো পর্যবেক্ষণ কৰা হৈছিল এটা ছেটেলাইট টেগৰ সহায়ত। টেগটো যুক্ত আছিল আমেৰিকাৰ ইউএছ জিঅ’লজিকেল ছার্ভেৰ গবেষণা প্ৰকল্পৰ স’তে।

বাৰ-টেইলড় গডউইট হৈছে এবিধ ডাঙৰ আকাৰৰ উপকূলীয় পক্ষী। ইহঁতে প্রধানকৈ সাগৰৰ উপকূল অঞ্চলত বাস কৰে। এই প্রজাতি পৃথিবীৰ সবাতোকৈ দীর্ঘ থমকি নোৰোৱাকৈ উৰাৰ বাবে বিখ্যাত।

এইবিধ পক্ষীয়ে সচৰাচৰ আলাস্কা আৰু ছাইবেৰিয়াৰ আৰ্কটিক অঞ্চলত প্রজনন কৰে। তাৰ পাছত শীতকালত সিহঁত দক্ষিণ গোলার্ধলৈ শুচি যায়। সাধাৰণতে সিহঁত নিউ জিলেণ্ড আৰু অস্ট্রেলিয়ালৈ যায়। আলাস্কাৰ পৰা নিউ জিলেণ্ডৰ দূৰত্ব প্রায় ১১ হেজাৰ কিলোমিটাৰ।

সাধাৰণ এই যাত্রা সম্পূর্ণ কৰিবলৈ চৰাইবোৰক ন দিনৰ প্রয়োজন হয়। সেই কেইদিন উৰি যোৱাৰ সময়ত এইবিধ চৰায়ে ক’তো নয়, একো নাখায় আৰু বিশ্রামো নলয়। প্রশান্ত মহাসাগৰৰ ওপৰেদি সিহঁতে কেৱল উৰিহে যায়।

গবেষণাত দেখা গৈছে যে এই পক্ষীবোৰে ঘণ্টাত প্রায় ৫৫ কিলোমিটাৰ বা তাতকৈ বেছি গতিৰে উৰিব পাৰে। সেইবাবেই বাৰ-টেইলড্ গডউইটক পৃথিৱীৰ সবাতোকৈ শক্তিশালী আৰু গতিশীল পৰিভ্ৰমী পক্ষীকূলৰ অন্যতম বুলি কোৱা হয়। দীর্ঘ পথ একেৰাহে উৰি যোৱাৰ বাবে চৰাইৰ শৰীৰত নানা জৈৱিক পৰিবৰ্তন ঘটে। সেয়ে যাত্ৰাৰ পূর্বে ইহঁতে প্ৰচুৰ খাদ্য গ্রহণ কৰে।

ফলত শৰীৰত প্ৰচুৰ পৰিমাণে চর্বি জমা হয়। সেই চর্বিয়েই ইহঁতৰ প্রধান শক্তিৰ উৎস। উল্লেখ্য যে বাৰ-টেইলড় গডউইট পক্ষীয়ে সততে সর্বাধিক ন দিনলৈ একেৰাহে উৰিব পাৰে। অথচ চাৰিমহীয়া পোৱালি চৰাইটোৱে একেৰাহে ১১ দিন উৰি বিশ্ব অভিলেখ গঢ়িছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Juvenile bar-tailed Godwit ‘B6
publisher

publisher

Related Posts

৫০ বছৰ অতিক্রম কৰা পুৰুষৰ দ্রুত বার্ধক্যপ্রাপ্তি ঘটে
News

৫০ বছৰ অতিক্রম কৰা পুৰুষৰ দ্রুত বার্ধক্যপ্রাপ্তি ঘটে

March 16, 2026
BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !
News

BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

March 16, 2026
প্রাচীন ভাৰতীয় পৰিব্রাজক চিকাই ক’ৰানৰ ভ্ৰমণ কাহিনী পোহৰলৈ আনিলে দুই বিদেশী গৱেষকে
News

প্রাচীন ভাৰতীয় পৰিব্রাজক চিকাই ক’ৰানৰ ভ্ৰমণ কাহিনী পোহৰলৈ আনিলে দুই বিদেশী গৱেষকে

March 16, 2026
APHLC Candidate List Announced:কংগ্রেছৰ মিত্ৰদল এপিডিচিএলৰ দুজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা
News

APHLC Candidate List Announced:কংগ্রেছৰ মিত্ৰদল এপিডিচিএলৰ দুজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

March 16, 2026
AGP Joining:বাজপেয়ী ভৱন এৰি আমবাৰীলৈ ঢাপলি বিজেপি নেতা প্রকাশ দাসৰ
News

AGP Joining:বাজপেয়ী ভৱন এৰি আমবাৰীলৈ ঢাপলি বিজেপি নেতা প্রকাশ দাসৰ

March 16, 2026
SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme
News

SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

March 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d