Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন

    বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !

    পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

    Pradyut Bordoloi :এপিচিচিত গৃহকন্দল ! চিকিৎসক এজনক প্ৰাৰ্থীত্ব দিয়াৰ স্বাৰ্থত বিধায়ক ডা:নাজাৰৰ প্ৰাৰ্থীত্বৰ  বিৰোধীতা সাংসদ প্রদ্যুৎ বৰদলৈৰ

    যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

    ৫০ বছৰ অতিক্রম কৰা পুৰুষৰ দ্রুত বার্ধক্যপ্রাপ্তি ঘটে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

গৌৰৱ গগৈৰ বিৰুদ্ধে খড়্গগ্ৰস্ত হৈ দিল্লীলৈ ঢাপলি নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈ, লাহৰীঘাটৰ বিধায়ক আছিফ নাজাৰক টিকট দিলেই দলত্যাগৰ ভাবুকি সাংসদ গৰাকীৰ

publisher by publisher
March 16, 2026
in News
Reading Time: 1 min read
0
Pradyut Bordoloi :এপিচিচিত গৃহকন্দল ! চিকিৎসক এজনক প্ৰাৰ্থীত্ব দিয়াৰ স্বাৰ্থত বিধায়ক ডা:নাজাৰৰ প্ৰাৰ্থীত্বৰ  বিৰোধীতা সাংসদ প্রদ্যুৎ বৰদলৈৰ
1
SHARES
9
VIEWS
ShareShareShareShare

Pradyut Bordoloi :

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন দেওবাৰে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে এপিচিচিত গৃহকন্দল পূৰ্ণ ৰূপ পাই ৷ লাহৰীঘাটৰ কংগ্ৰেছ বিধায়ক আছিফ নাজাৰক টিকট দিয়া – নিদিয়াক লৈ তীব্ৰ চৰ্চাৰ মাজতে ইতিমধ্যে ঘোষণা হোৱা দুখনকৈ দলীয় প্ৰাৰ্থী তালিকাত স্থান লাভ কৰা নাই বিধায়ক আছিফ নাজাৰৰ নাম ৷ কিন্ত শেহতীয়াকৈ চতুৰ্থ খন চুড়ান্ত তালিকাত বিধায়কজনৰ স্থান নিশ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হোৱাত একপ্ৰকাৰ ক্ষোভিত হৈ পৰিছে নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈ ৷ আনকি পৰিস্থিতি এনেকুৱা পৰ্যায় পাইচেগৈ যে আছিফ নাজাৰক দলীয় টিকট দিলেই দলত্যাগৰ ভাবুকি সাংসদ গৰাকীৰ ৷

ADVERTISEMENT

এপিচিচিৰ সভাপতিৰ বিৰুদ্ধে খড়্গখস্ত হৈ সাংসদ বৰদলৈয়ে হাইকামাণ্ডক অভিযোগ দিয়াৰ বাবে ঢাপলি মেলিছে দিল্লীলৈ ৷ লগত লৈ গৈছে দীঘলীয়া অভিযোগ পত্ৰ ৷ পত্ৰ খনত এআইচিচিৰ সাধাৰণ সম্পাদক অসম প্ৰভাৰী জিতেন্দ্র সিঙক উদ্দেশ্য কৰি লিখা হৈছে ৷সাংসদ বৰদলৈৰ পত্ৰৰ পূৰ্ণপাঠ এনেধৰণৰ-

RelatedPosts

APCC Candidate List:আজি নিশাই ঘোষণা হ’ব পাৰে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা !

Gaurav gogoi Vs Akhil Gogoi:অৱশেষত অন্ত পৰিল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মধুচন্দ্ৰিকা

Congress Candidate List:শনিবাৰে প্ৰকাশ পাব ‘২৬ৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ দ্বিতীয়খন তালিকা

শ্রদ্ধেয় জিতেন্দ্র সিং ডাঙৰীয়া,গভীৰ বেদনা আৰু যন্ত্রণাৰ অনুভূতি লৈ মই এই চিঠিখন আপোনালৈ লিখিছোঁ। আগতে বহুবাৰ আপোনাক কৈছো যে মই প্রায় কংগ্রেছ দলব মাজতেই ডাঙৰ-দীঘল হৈ উঠিছোঁ। সদায় গর্বৰে কৈ আহিছোঁ যে মই প্রথম প্রজন্মৰ এজন বাজনীতিবিদ আৰু মোৰ জীৱনত যিবোৰ দায়িত্ব আৰু স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ, সেয়া মূলতঃ কংগ্ৰেছ দলৰ বাবেই সম্ভৱ হৈছে।

জীবনৰ এই ৰাজনৈতিক পথত আগবাঢ়ি যাওঁতে, যিকোনো অভিজ্ঞ বাজনীতিবিদৰ দবে মই এইটো বুজি পাইছোঁ যে গালি-গালাজ, অপমান, হতাশা আৰু নানা বাধা-বিঘিনি ৰাজনৈতিক জীৱনৰ এটা অংশ। কিন্তু যিটো মোৰ বাবে সম্পূর্ণ অগ্রহণযোগ্য আৰু বুজিবলৈ কঠিন, সেয়া হৈছে দলৰ ভিতৰত জ্যেষ্ঠ সহকর্মী এজনৰ প্রতি দলীয় নেতৃত্বৰ মাজত বুজাপৰা আৰু সহমর্মিতাৰ অভাৱ।

১) সংক্ষেপে ক’বলৈ গ’লে, ২০২৫ চনৰ ২৭ এপ্রিলত ধিংব ডুমডুমিয়া অঞ্চলত মোৰ ওপৰত সংঘটিত হোৱা প্রাণঘাতী আক্রমণৰ ঘটনাত নগাঁও আৰক্ষীয়ে স্বতঃপ্রণোদিত তদন্ত চলাই লাহৰিঘাটৰ পৰিচিত দুষ্কৃতকাৰী তথা “হিষ্টী-শীটাৰ” এমদাদুল ইছলামক গ্রেপ্তাৰ কৰি চার্জশীট দাখিল কৰিছিল। তেওঁ লাহৰিঘাটৰ বিধায়ক ডাঃ আছিফ নজৰৰ অতি ঘনিষ্ঠ সহযোগী বুলি পৰিচিত। সেইদিনা প্রায় ২০ জনীয়া অস্ত্র-শস্ত্র আৰু লোহাৰ ৰডেৰে সজ্জিত এটা মুখ ঢকা দুষ্কৃতকাৰীৰ দলে মোৰ ওপৰত এই আক্রমণ চলাইছিল। সেই সময়ত বিধায়ক শিবমণি বৰাও মোৰ সৈতে একেখন গাড়ীত যাত্রা কৰি আছিল। কিন্তু যিটো মোৰ বাবে অধিক কষ্টদায়ক আৰু অগ্রহণযোগ্য আছিল, সেয়া হ’ল জে’লৰ পৰা জামিনত মুক্তি লাভ কৰাৰ পাছত এমদাদুল ইছলামক লাহৰিঘাটৰ বিধায়ক ডাঃ আছিফ নজৰে দিয়া “বীৰৰ দৰে” আদৰণি জনাই

২) তাৰ পিছত ডাঃ আছিফ নজৰে কেৱল সেই দুষ্কৃতকাৰীক এপিচিচি সভাপতিৰ বাসগৃহলৈ লৈ যোৱাই নহয়, ২০২৬ চনৰ ১১ জানুৱাৰীত শ্রী গৌৰব গগৈৰ দ্বাৰা চার্জশীটভুক্ত এমদাদুল ইছলামক আনুষ্ঠানিকভারে সম্বর্ধনাৰ ব্যবস্থাও কৰিছিল। সেইদিনাই এই ঘটনাৰ বিষয়ে জানিব পাৰি মই তৎক্ষণাত শ্রী গৌৰৱ গগৈক ফোন কবি তীব্র আপত্তি জনাইছিলো, এমদাদুল ইছলামৰ অপৰাধমূলক কার্যকলাপসমূহৰ বিষয়ে তেওঁক অৱগত কৰিছিলোঁ আৰু ডঃ আছিফ নজৰৰ এই দুষ্কৃতকাৰী সংযোগক সমর্থন নকৰিবলৈ অনুৰোধ কৰিছিলোঁ।

৩) কিন্তু তাৰ পিছত মোৰ গভীৰ হতাশা আৰু অপমানৰ বিষয় হৈ পৰে যে ২০২৬ চনৰ ১২ জানুৱাৰীত মৰিগাঁৱত অনুষ্ঠিত হোৱা এটা ডাঙৰ দলত যোগদান কার্যসূচীত, য’ত মই নিজেও উপস্থিত আছিলোঁ, এপিচিচি সভাপতি শ্রী গৌবৱ গগৈয়ে সেই হিষ্টী-শীটাৰ এমদাদুল ইছলামক ডাঃ আছিফ নজৰৰ সৈতে মঞ্চৰ পিছুফালে নিজৰ কাষত বহিবলৈ অনুমতি দিয়ে।

৪) এই সকলো অপৰাধমূলক সম্পর্কৰ প্রমাণসমূহ দাঙি ধৰি মই ২০২৬ চনৰ বিধানসভা নির্বাচনৰ বাবে লাহৰেঘাট সমষ্টিৰ পৰা ডাঃ আছিফ নজবৰ পুনৰ প্রার্থীত্বৰ প্রস্তাৱৰ বিৰোধিতা স্ক্রিনিং কমিটীৰ অধ্যক্ষা শ্রীমতী প্রিয়ংকা গান্ধীৰ সম্মুখত উত্থাপন কৰিছিলোঁ। কিন্তু ১৩ মার্চত নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ দলৰ কেন্দ্রীয় নির্বাচনী সমিতিৰ বৈঠকত স্ক্রিনিং কমিটীৰ সদস্য আৰু উত্তৰ প্রদেশৰ সাংসদ শ্রী ইমৰান মাসুদে দলব শীর্ষ নেতৃত্ব-শ্রীমল্লিকার্জুন খর্গে, শ্রী ৰাহুল গান্ধী, শ্রী কে চি ভেনুগোপাল, শ্রীমতী প্রিয়ংকা গান্ধী আৰু আপোনাৰ উপস্থিতিত-উচ্চস্বৰে এই কথা কৈছিল যে ডাঃ আছিফ নজৰৰ বিৰুদ্ধে মই দাঙি ধৰা সকলো প্রমাণ আৰু অভিযোগ মিছা আৰু মনগঢ়া ।

মই সেই বৈঠকত উপস্থিত নাছিলেও, মোৰ বিষয়ে এনেদৰে দলৰ শীর্ষ নেতৃত্বৰ সম্মুখত কৰা মন্তব্যই মোৰ বাবে এক গভীৰ অপমানৰ সৃষ্টি কবে। এই পৰিস্থিতিত এপিচিচি সভাপতি শ্রী গৌৰৱ গগৈয়ে সম্পূর্ণ নীৰৱতা অৱলম্বন কৰিছিল আৰু মই আগতে তেওঁক দিয়া তথ্যসমূহো উপস্থাপন কৰা নাছিল।

আদৰণীয় সিং ডাঙৰীয়া, মই পুনৰবাৰ আপোনাৰ সহজ বুজাৰ্থে কিছুমান প্রমাণ দাঙি ধৰিছোঁ যাতে আপুনি এই বিষয়ত ব্যৱস্থা গ্রহণ কৰিব পাৰে। ৰাজ্যিক নেতৃত্বৰ এনে প্রতিক্রিয়াশীল মনোভাৱৰ সম্মুখীন হৈও মই মোৰ ব্যক্তিগত মর্যদা আৰু সম্মান ৰক্ষা কৰিবলৈ শেষ পর্যন্ত সংগ্রাম কৰি  যাম। শুভেচ্ছাৰে প্রদ্যুত ববদলৈ ৷

আনহাতে নগাঁৱৰ সাংসদ গৰাকীৰ অভিযোগ পত্ৰ খন ৰাজহুৱা হোৱাৰ পিছতে তীব্ৰ জোকাৰণিৰ সৃষ্টি হয় এপিচিচিত ৷ এনে প্ৰেক্ষাপটত কংগ্ৰেছ হাইকামাণ্ড দলীয় সাংসদ গৰাকী ক্ষোভ কিদৰে প্ৰশমিত কৰে সেয়া হ’ব লক্ষণীয়।

আনহাতে শেহতীয়াকৈ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধেও কেতবোৰ প্ৰশ্ন উদ্থাপিত হৈছে। নিজ গৃহ সমষ্টি মাৰ্ঘেৰিটাত বিগত ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত পৰাভূত হোৱা বৰদলৈক দলৰ নেতৃত্বই নগাঁৱত সংস্থাপিত কৰে ৷ যাৰ ফলশ্ৰুতিত দুটা কাৰ্যকালৰ সাংসদ হোৱাৰ সৌভাগ্য লাভ কৰে বৰদলৈয়ে ৷ আনকি কংগ্ৰেছে সদ্য ঘোষিত প্ৰাৰ্থী তালিকাত মাৰ্ঘেৰিটাৰ দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰে সাংসদ বৰদলৈৰ পুত্ৰ প্ৰতিক বৰদলৈক ৷

উল্লেখ্য যে সাংসদ বৰদলৈয়ে লাহৰীঘাটৰ বৰ্তমান বিধায়কজনৰ টিকট লাভৰ ক্ষেত্ৰত উপযুপৰি কিয় বাধাৰোপ কৰি আহিছে এই বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ৰাজীৱ ভৱনত।

আনহাতে শেহতীয়াকৈ কেতবোৰ বিষয়ো পোহৰলৈ আহিছে ৷ নগাঁও চহৰৰ ডিউ কেয়াৰ হাস্পতালৰ স্বত্বাধিকাৰ ডা: ফৰিদুল হুছেইনক টিকট দিয়াৰ বাবে উঠিপৰি লাগিছে সাংসদ বৰদলৈ ৷ যাৰবাবে ডা:হুছেইনৰ স’তে থকা সম্পৰ্কৰ বাবেই এতিয়া লাহৰীঘাটৰ বৰ্তমানৰ বিধায়কজনক টিকটৰ পৰা বঞ্চিত কৰি ডা:হুছেইনক দিবৰ বাবে দিল্লীৰ দলীয় নেতৃত্বৰ ওপৰত হেচা প্ৰয়োগ কৰিছিল যদিও সেয়া কাম নিদিব বুলি অনুধাৱন কৰি নেতৃত্বৰ ওপৰত খড়গগ্ৰস্ত হৈ পৰিছে ৷ ইপিনে সাংসদ বৰদলৈৰ বিৰুদ্ধে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰে এক গোপন সম্পৰ্ক গঢ়ি উঠাৰো অভিযোগ উঠিছে ৷ কিয়নো সংবাদ মাধ্যমৰ আগত প্ৰায়ে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,স্বাভিমানী অসমীয়াৰ বৰদলৈয়ে কংগ্ৰেছত এঘৰীয়া হোৱাৰ উপক্ৰম হৈছে ৷ যাৰবাবে অচিৰেই বৰদলৈ সহ আন কে’বাজনো কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিব ৷ মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে আজি পৰ্যন্ত এক সৱল প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বিপৰীতে চালেবেৰে কোবাই বিষয়টো এৰাই চলিছে ৷

সেয়েহে ৰাজীৱ ভৱনত বু-বা ওলাইছে যে বিজেপি মুখী হ’বৰ বাবেই ন- বিজেপি ভূপেন বৰাৰ লেখিয়াকৈ নেতৃত্বৰ বিৰুদ্ধে কেতবোৰ ভিত্তিহীন অভিযোগ আনি আবোলতাবোল বলকিব আৰম্ভ কৰিছে নগাঁৱৰ সাংসদ বৰদলৈয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APCCCONFLICT IN APCCGaurav GogoiPradyut Bordoloi
publisher

publisher

Related Posts

Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন
News

Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন

March 16, 2026
বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !
India

বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !

March 16, 2026
পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
News

পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

March 16, 2026
যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত
News

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

March 16, 2026
৫০ বছৰ অতিক্রম কৰা পুৰুষৰ দ্রুত বার্ধক্যপ্রাপ্তি ঘটে
News

৫০ বছৰ অতিক্রম কৰা পুৰুষৰ দ্রুত বার্ধক্যপ্রাপ্তি ঘটে

March 16, 2026
BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !
News

BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

March 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d