Thailand Spl Marriage:একেখন ৰভাতে দুই বৃদ্ধক বিয়া কৰালে থাই মহিলাই

WhatsApp Image 2026 03 17 at 2.36.39 PM

Thailand Spl Marriage:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স :ইৰান-ইজৰাইলৰ যুদ্ধৰ ফলত বহুলভারে চর্চা হৈছে হৰমুজ প্ৰণালীৰ নাম। যুদ্ধৰ ফলত সম্প্রতি এই প্রণালী কার্যতঃ বন্ধ হৈ পৰিছে। ইবান আৰু ওমানৰ মাজৰ এই সংকীর্ণ পথৰে বিশ্বৰ দৈনিক তেল আৰু তৰল প্রাকৃতিক গেছ (এলএনজি) সৰবৰাহৰ প্ৰায় এক পঞ্চমাংশ পাৰ হয়।

সমগ্র বিশ্বতে সম্প্রতি হৰমুজ প্রণালীক পৃথিবীৰ সবাতোকৈ কৌশলগত বাধাৰূপে তথা বিশ্বব্যাপী ইন্ধন সৰবৰাহৰ ক্ষেত্রত সবাতোকৈ গুৰুতৰ ব্যাঘাতৰ এক বুলি বিবেচনা কৰা হৈছে। এই প্রণালীতে এটা ৰঙা উপকূল আছে, যি দীর্ঘদিনৰ পৰা বিশ্বজুৰি ভ্ৰমণকাৰী, ভূতাত্ত্বিক তথা ফটো চিকাৰীসকলক আকৰ্ষণ কৰি আহিছে।

হৰমুজ প্রণালীৰ ৰঙা উপকূল (ছোর্থ উপকূল) ইৰানৰ সবাতোকৈ অসাধাৰণ উপকূলীয় দর্শনীয় স্থানসমূহৰ অন্যতম, যি ইয়াৰ ৰঙা বালি আৰু জলবাশিৰ বাবে বিখ্যাত।ইয়াৰ বালিত আয়ৰণ অক্সাইডৰ পৰিমাণ বেছি থকাৰ কাৰণে ই গাঢ় ৰঙা ৰঙৰ।

বৈজ্ঞানিকভাবে আকর্ষণীয় তথা দৃশ্যত নাটকীয় এই খনিজ সমৃদ্ধ মাটিৰ উপকূলৰেখাক তেজৰ দৰে ৰঙা দেখা যায়। ঠিক যেন কোনো চিত্রকৰে অংকন কৰা তৈলচিত্রহে। স্থানীয় লোকসকলে এই ৰঙা মাটিক জেলাক বুলি কয়। ইয়াৰ ৰঞ্জকতা ইমানেই তীব্র যে ই ছালত কিছুদিনলৈ দাগ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ কিছু ক্ষুদ্র কণাই আনকি নিজৰ লোৰ ঘনত্বৰ কাৰণে চুম্বকৰ স’তে প্রতিক্রিয়া কৰে।

দ্বীপটোৰ বাসিন্দাসকলৰ স্থানীয় খাদ্যৰ ভিতৰত জেলাক এক গুরুত্বপূর্ণ উপাদান। হৰমুজৰ স্থানীয় লোকসকলে কেতিয়াও গুড়ি আকাৰৰ জেলাক নাখায়, বৰঞ্চ ইয়াক মছলাৰূপে ব্যৱগাৰ কৰে। সাধাৰণত ছুৰাগ (এবিধ গাঢ় ৰঙা ৰঙৰ শুকান মাছক চচ) তেয়াৰ কৰাত ইয়াক মছলাৰূপে ব্যৱহাৰ কৰে।

মহিলাসকলে তেওঁলোকৰ মাহেকীয়া ঋতুচক্রৰ সময়ত আয়ৰণৰ প্ৰাকৃতিক উৎসরূপেও সামান্য পৰিমাণৰ জেলাক গ্রহণ কৰে। তদুপৰি কাপোৰ ৰং কৰা আৰু মৃৎশিল্পত বং কৰাৰ বাবেও জেলাক ব্যৱহাৰ হয়। সম্প্রতি প্রশাধন সামগ্রী, বজ্ৰক আৰু ৰোমানৰ লগত প্রায় পাঁচ বছৰ আৰু মেকিৰ স’তে এবছৰ সম্পৰ্কত থকাৰ পাছত তিনিওজনে মিলি এই সম্পর্কক আনুষ্ঠানিক ৰূপ দিয়াৰ সিদ্ধান্ত লয়।

পূৰ্বৰ বিয়াৰ পৰা দুয়াংদুয়ানৰ তিনি সন্তান আৰু দুই নাতি-নাতিনীও আছে। দীর্ঘদিন ধৰি তেওঁ পৰিয়াল চলাবলৈ কঠোৰ পৰিশ্ৰম কৰিছে আৰু নিজৰ পিতৃ-মাতৃৰ লগতে সন্তানৰ চোৱা-চিতা কৰি আহিছিল। এই সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে তেওঁ পৰিয়ালৰ স’তে মুকলিকৈ আলোচনা কৰে।

আশ্চৰ্যকৰভাৱে পিতৃ-মাতৃৰ লগতে মহিলাগৰাকীৰ সন্তানেও এই বিয়াত সন্মতি দিয়ে, কাৰণ দুই অস্ট্রিয়ান বৃদ্ধই দীর্ঘদিনৰ পৰা তেওঁলোকৰ পৰিয়ালক সহায় কৰি আহিছিল।

যোৱা ২৮ ফেব্ৰুৱাৰীত প্ৰাখন চায়তেই তিনিওৰে বিবাহ অনুষ্ঠান হয়। ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিতে শান্তভাৱে অনুষ্ঠান সম্পন্ন হয়।

বিয়াত থাইলেণ্ডৰ ঐতিহ্যবাহী বাই শ্রী ছু কুৱান আশীর্বাদ অনুষ্ঠান আৰু হাত বন্ধাৰ ৰীতিও পালন কৰা হয়। অনুষ্ঠানৰ এক আনন্দৰ ৰীতি অনুসৰি দুই দৰাই একেলগে স্ফূৰ্তিত এটা পুখুৰীতো জাঁপ দিয়ে। বিয়াৰ সময়ত দুই অস্ট্রিয়ান দৰাই কইনাৰ পৰিয়ালক প্ৰায় ১০ লাখ বাথ (ভাৰতীয় মুদ্রাত প্রায় ২৯ লাখ টকা) প্রদান কৰে। দুয়াংদুয়ানৰ মাতৃয়ে জনায় যে তেওঁ নিজৰ কন্যাক দীর্ঘদিন কষ্ট কৰা দেখা পাইছে। এতিয়া তেওঁৰ এটাই ইচ্ছা যে জীয়েক যেন সুখত থাকে। অৱশ্যে সামাজিকভাৱে বিয়াখন সম্পন্ন হ’লেও থাইলেণ্ডৰ আইনত বহুবিবাহ স্বীকৃত নহয়।

Exit mobile version