Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Spices:মছলাৰূপে ব্যৱহাৰ কৰে স্থানীয় বাসিন্দাই

খাবও পাৰি হৰমুজ প্ৰণালীৰ দ্বীপৰ ৰঙা বালি

publisher by publisher
March 17, 2026
in International
Reading Time: 2 mins read
0
Spices:মছলাৰূপে ব্যৱহাৰ কৰে স্থানীয় বাসিন্দাই
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

IOCL Pressmeet:ইন্ধনৰ নাটনি, সাম্প্ৰতিক পৰিৱেশক লৈ আইঅচিৰ সংবাদমেল

Guwahati:মহানগৰীত নাটনি হোৱা পেট্ৰ’ল-ডিজেল সন্দৰ্ভত তিনিটা কোম্পানীৰ স্পষ্টীকৰণ

ইৰান-ইজৰাইলৰ যুদ্ধৰ ফলত বহুলভাৱে চর্চা হৈছে হৰমুজ প্ৰণালীৰ নাম। যুদ্ধৰ ফলত সম্প্রতি এই প্রণালী কার্যতঃ বন্ধ হৈ পৰিছে। ইৰান আৰু ওমানৰ মাজৰ এই সংকীর্ণ পথৰে বিশ্বৰ দৈনিক তেল আৰু তৰল প্রাকৃতিক গেছ (এলএনজি) সৰবৰাহৰ প্ৰায় এক পঞ্চমাংশ পাৰ হয়।

ADVERTISEMENT

সমগ্ৰ বিশ্বতে সম্প্ৰতি হৰমুজ প্রণালীক পৃথিৱীৰ সবাতোকৈ কৌশলগত বাধাৰূপে তথা বিশ্বব্যাপী ইন্ধন সৰবৰাহৰ ক্ষেত্রত সবাতোকৈ গুৰুতৰ ব্যাঘাতৰ এক বুলি বিবেচনা কৰা হৈছে। এই প্রণালীতে এটা ৰঙা উপকূল আছে, যি দীর্ঘদিনৰ পৰা বিশ্বজুৰি ভ্ৰমণকাৰী, ভূতাত্ত্বিক তথা ফটো চিকাৰীসকলক আকৰ্ষণ কৰি আহিছে।

হৰমুজ প্রণালীৰ ৰঙা উপকূল (ছোৰ্খ উপকূল) ইৰানৰ সবাতোকৈ অসাধাৰণ উপকূলীয় দর্শনীয় স্থানসমূহৰ অন্যতম, যি ইয়াৰ ৰঙা বালি আৰু জলৰাশিৰ বাবে বিখ্যাত।ইয়াৰ বালিত আয়ৰণ অক্সাইডৰ পৰিমাণ বেছি থকাৰ কাৰণে ই গাঢ় ৰঙা ৰঙৰ। বৈজ্ঞানিকভাবে আকর্ষণীয় তথা দৃশ্যত নাটকীয় এই খনিজ সমৃদ্ধ মাটিৰ উপকূলৰেখাক তেজৰ দৰে ৰঙা দেখা যায়।

ঠিক যেন কোনো চিত্ৰকৰে অংকন কৰা তৈলচিত্রহে। স্থানীয় লোকসকলে এই ৰঙা মাটিক জেলাক বুলি কয়। ইয়াৰ ৰঞ্জকতা ইমানেই তীব্র যে ই ছালত কিছুদিনলৈ দাগ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ কিছু ক্ষুদ্র কণাই আনকি নিজৰ লোৰ ঘনত্বৰ কাৰণে চুম্বকৰ স’তে প্রতিক্রিয়া কৰে।

দ্বীপটোৰ বাসিন্দাসকলৰ স্থানীয় খাদ্যৰ ভিতৰত জেলাক এক গুৰুত্বপূৰ্ণ উপাদান। হৰমুজৰ স্থানীয় লোকসকলে কেতিয়াও গুড়ি আকাৰৰ জেলাক নাখায়, বৰঞ্চ ইয়াক মছলাৰূপে ব্যৱগাৰ কৰে। সাধাৰণত ছুৰাগ (এবিধ গাঢ় ৰঙা ৰঙৰ শুকান মাছক চচ) তেয়াৰ কৰাত ইয়াক মছলাৰূপে ব্যৱহাৰ কৰে।

মহিলাসকলে তেওঁলোকৰ মাহেকীয়া ঋতুচক্ৰৰ সময়ত আয়ৰণৰ প্ৰাকৃতিক উৎসৰূপেও সামান্য পৰিমাণৰ জেলাক গ্রহণ কৰে। তদুপৰি কাপোৰ ৰং কৰা আৰু মৃৎশিল্পত ৰং কৰাৰ বাবেও জেলাক ব্যৱহাৰ হয়। সম্প্রতি প্রশাধন সামগ্ৰী, ৰঞ্জক আৰু কাৰুশিল্পত ব্যৱহাৰৰ বাবে সীমিত পৰিমাণৰ ৰঙা বালি বা জেলাক ৰপ্তানি কৰা হয়।

ৰঙা মাটিৰ প্ৰভাৱ কেৱল উপকূলৰেখাতে সীমাবদ্ধ নহয়। ৰঙা বালিৰ ওপৰত ঢৌ আছাৰ খাই পৰিলে, সাগৰৰ পানীয়ে স্বয়ংক্রিয়ভাৱে ৰঙচুৱা তথা গোলাপী ৰং ধাৰণ কৰে।

এই ৰংবোৰৰ স’তে পাৰস্য উপসাগৰৰ পাতল নীলা আভা মিহলি হৈ এক সম্মোহনী পেলেট সৃষ্টি কৰে, যি সূর্যোদয় আৰু সূর্যাস্তৰ সময়ত তীব্ৰতৰ হয়। যিহেতু সাগৰৰ উপকূলৰ ৰঙা আভা সাগৰৰ অনেক দূৰৰ পৰাই দেখা যায়, সেয়ে নাবিকসকলে এসময়ত হৰমুজ প্রণালীত প্রাকৃতিক নেভিগেচন মাৰ্কাৰৰূপে ইয়াক ব্যৱহাৰ কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: LNGMiddle East WarSpices
publisher

publisher

Related Posts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা
International

নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

September 21, 2026
ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d