Nihar Ranjan Das resigns:বিজেপি প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই আৰম্ভ হ’ল পদত্যাগৰ জোৱাৰ 

ধলাই সমষ্টিৰ বিধায়ক নীহাৰ ৰঞ্জন দাসৰ পদত্যাগ

WhatsApp Image 2026 03 19 at 2.17.27 PM

Nihar Ranjan Das resigns:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই বৃহস্পতিবাৰে দুপৰীয়া ঘোষণা হোৱা বিজেপিৰ ৮৭ জনীয়া তালিকাত স্থান লাভৰ পৰা বঞ্চিত হ’ল ধলাই সমষ্টিৰ বিধায়ক নীহাৰ ৰঞ্জন দাস। প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতে দলৰ ৰাজ্যিক সভাপতিলৈ পদত্যাগ প্ৰেৰণ কৰি দলত্যাগ কৰে ৷ উল্লেখ্য যে ২০২৪ৰ উপ নির্বাচনত ধলাইত বিজেপি বিধায়ক হৈছিল দাস ৷ আনহাতে আজি ঘোষিত তালিকাত ধলাই সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰে
অমিয়কান্তি দাসে ৷

Exit mobile version