UPPL 3ed Candidate List:
এনডিএৰ অংশীদাৰ হোৱাৰ পিছতো অসম বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ পৰা একপ্ৰকাৰ একাষৰীয়া হৈ পৰা ইউপিপিএলে অকলশৰীয়াকৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷ ইতিমধ্যে প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৱে বিটিএডিৰ ১৫ খন আসনৰ উপৰি ও উত্তৰ অসমৰ কে’বা খনো আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ আনকি দলটোৱে ইতিপূৰ্বে দুখনকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত আজি ৫ জনীয়া তৃতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে ৷ সেই অনুসৰি বাওখুংগ্রী সমষ্টিত প্রতিভা ব্রহ্মক প্রার্থিত্ব পৰ্বতঝোৰা সমষ্টিত প্রার্থিত্ব লাভ আয়ুব হুছেইন মণ্ডল,চিদলী-চিৰাং ত টিকট লাভ ৰঞ্জিত বসুমতাৰী,গোৰেশ্বৰত পবিত্র বড়ো,মাজবাটত ৰবীন্দ্ৰ বসুমতাৰীক প্ৰাৰ্থীত্ব দিয়া হয় ৷
ADVERTISEMENT































