Today’s Horoscope:দিনটোৰ ৰাশিফল

default

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: পৰিৱেশত কিছু খেলি থাকিব। খুব নিশ্চিন্তে থকাতকৈ সতর্ক হৈ কাম-কাজত মন ৰাখিব। ভ্রমণ আদিতো কষ্ট পোৱাৰ সম্ভাৱনা। আথির্কত মধ্যম। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

বৃষ: কোনো কথাত মানসিক অন্তর্দ্বন্দ্বত ভোগাৰ সম্ভাৱনা। পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে। প্রেম-প্রীতিত তেনে বাধা নাই। দাম্পত্যত একেবাৰে নিৰাশ নহয়। হালধীয়া শুভ ৰং। শুভ সংখ্যা ১।

মিথুন: প্রিয় সংগৰ লগত মন ভাল লাগিব। আর্থিকত মজলীয়া ফল পাব। ঘৰুৱা শান্তি ব্যাহত নহয়। নতুন সংবাদত চিন্তিত। কোনোৱে বৈবাহিক যোগাযোগ কৰিব পাৰে। শুভ ৰং মাটিয়া। শুভ সংখ্যা ২।

কর্কট: কর্মস্থানত কোনো কাৰণে কিছু উদ্বেগ দেখা যায়। মতান্তৰ আদিৰো কাৰক। কোনো সংবাদ আৰু যোগাযোগত সামান্য সুখ। বিদ্যাত মজলীয়া শুভ ৰং ক’লা। শুভ সংখ্যা ৭।

সিংহ: আজি কিছু উন্নত। কর্মস্থানত পূৰ্বৰ তুলনাত অনুকূল। নিজৰ বাঞ্ছিত আশা পূৰণ আলো দেখিব পাৰে। আর্থিক কঠিনতা বিশেষ নাপাব। শৰীৰ মধ্যম। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

কন্যা: শৰীৰ তথা মানসিক উদ্বেগ আদিত ভুগিব পাৰে। ভাই-ভনীৰ বাবে দুশ্চিতা আঁতৰিব। কর্মস্থানত উদ্বেগ সাফল্য থাকিব। শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা ৪।

তুলা: আজিৰ দিনটো মধ্যম বুলি ধৰিব পাৰে। সংযোগ বা সমস্যাৰ উন্নতি দেখিব। কিছুমান নিশ্চিত ফলৰ আশাত নিজে মন কৰা আঁচনিত খ্যাতি লাভ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৫।

ধনু: অস্তিৰতাৰ কাৰক। আৰ্থিকত সফলতা কম পাব। কোনো সংবাদত মিশ্রিত ফল। বিয়া-বাৰুৰ চেষ্টা কৰোতেই কিছু বাধা পাব। স্ব-ব্যৱসায় আদি নিৰাশ হ’ব নালাগিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৭।

বৃশ্চিক: শুভ সংযোগ। কর্তাদিত উৎসাহ পাবে। কোনো ব্যক্তিগত কাৰণত কৰা অভিযান কিছু দূৰ আশাপ্রদ। শিল্পী-অভিনেতাৰ সুফল। প্রেম-প্রীতিত কিছু চিন্তা। বেঙুনীয়া শুভ ৰং। শুভ সংখ্যা ৯।

মকৰ: কৰ্মস্থানত নিজৰ মতবাদৰ ওপৰত প্ৰাধান্য দিয়ক। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। মামলা-মোকদমাত জড়িত হ’ব পাৰে। শুভ ৰং পাতল সেউজীয়া। শুভ ৰং সংখ্যা ৪।

কুম্ভ: শৰীৰ আৰু পাৰিপৰ্শিক প্রায় অনুকূল। আজি কোনো সম্ভাৱনীয় যোগাযোগ উপকৃত হ’ব। য’তে-ত’তে পৰাপক্ষত একো মন্তব্য নিদিব। ব্যৱসায় শুভ। শুভ ৰং আকাশী। শুভ সংখ্যা ৪।

মীন: আর্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক। বিদ্যাত তেনে আহুকাল দেখা নাযায়। ঘৰুৱা উন্নতিৰ প্ৰচেষ্টা। প্রেম-প্রীতিত মধ্যম মনোযোগ। মাটি-বাৰীৰ নতুন পৰিকল্পনা। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩৷

Exit mobile version