Today’s Horoscope:দিনটোৰ ৰাশিফল

143804005

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: কর্মক্ষেত্রত জটিলতা বাঢ়িব। উৎকণ্ঠ বাঢ়িব। প্রেমত শুভ, মনৰ দৃঢ়তা বাঢ়িব। নীল ৰং শুভ। শুভ সংখ্যা ৪।

বৃষ: দুষ্টলোকৰ পৰা আঁতৰত থাকক, ধনৰ আগমণৰ যুগ, দুচিন্তা কমিব, শৰীৰৰ প্ৰতি যত্ন লওক। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।

মিথুন: নতুন যোগাযোগ আনন্দ দিব। বাহন ক্ৰয় কৰিব পাৰিব। কোনো নতুন কর্ম সংস্থাপন যোগ আছে। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।

কর্কট: নিজৰ কৃতিত্ব অটুট থাকিব। শৈশবৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজি হৈ পৰিব কৰ্মক্ষেত্ৰ মধ্যম। ধর্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হ’ব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।

সিংহ: অবাবত ধন অপচয় হ’ব পাৰে, মনৰ সাহস আৰু উন্নিতা বাঢ়িব আনৰ প্ৰতি দায়বদ্ধতা বাঢ়িব। কর্মক্ষেত্রত মাধ্যম। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১।

কন্যা: কৰ্মত ভৱিষ্যতৰ আশা দেখিবলৈ পোৱা যায়। দাম্পত্য মধ্যম। মূল্যবান সম্পদ লাভ কৰিব পাৰি। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৯।

তুলা: দক্ষতা বৃদ্ধি পাব। পুৰণি সমস্যা সমাধান হ’ব। বিদ্যাত শুভ। ভ্রমণত শুভ। নীলা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৫।

বৃশ্চিক: কর্মস্থানত মধ্যম। অন্যৰ ওপৰত নিৰ্ভৰ নকৰিব। দাম্পত্য বিৰোধী হ’ব পাৰে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ১।

ধনুঃ মাংগলিক অনুষ্ঠান অংশগ্ৰহণ কৰিব পাৰিব। বন্ধুবৰ্গৰ সংগই ক্ষতি সাধন কৰিব পাৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৯।

মকৰ : সাৱধানে চলক। নতুন যোগাযোগ উৎসাহিত কৰিব। ফুৰাচৰকা কৰোতে অলপ সাৱধান হওক। যান-বাহনৰ পৰা আতৰত থাকক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

কুম্ভ: বিদ্যাত মাধ্যম। দুৰ যোগাযোগ বাধাপ্রাপ্ত হ’ব পাৰে। বিয়াৰ সংযোগ, মেৰুণ শুভ ৰং শুভ সংখ্যা ৭।

মীন: শাৰীৰিক আৰু মাানসিক অশান্তি বাঢ়িব। কর্মক্ষেত্র কিছু বাধা আছে। প্ৰেম আৰু দাম্পত্য শুভ। শুভ ৰং নীলা। শুভ সংখ্যা২৷

Exit mobile version