Today’s Horoscope:দিনটোৰ ৰাশিফল

143804005

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: কর্মত সফলতা পাব। যান-বাহনৰ পৰা সাৱধান। ব্যৱসায়ত উন্নতি। বিদ্যার্থীসকলৰ শুভ। প্রেমত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৬।

বৃষ: মাতৃৰ শুভ। শৰীৰৰ প্ৰতি যত্ন লওক। ভ্রমণত শুভ। সামাজিক কর্মত উৎসাহ। ৰাজনীতিৰ লগত জড়িতসকলৰ শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

মিথুন: কর্মস্থানত সম্মান বৃদ্ধি। আপোনাৰ দুৰ্বলতাৰ আনে সুবিধা ল’ব। যাত্ৰাৰ কাৰণে নিৰাপদজনক। সোমবাৰে নিৰামিষ খাব। আজিৰ দিনত কোনো কাম হাতত ল’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।

কর্কট: কামটোত মনযোগ দিয়া দৰকাৰ। মনৰ ইচ্ছা পূৰণ হোৱাৰ যোগ। প্ৰেমত কষ্ট। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৮।

সিংহঃ নতুন কর্মসংস্থাপনৰ যোগ। নিৰামিষ খাওক। মূল্যবান সম্পদ লাভ। পুৰণি ঋণ পৰিশোধ কৰাৰ সুযোগ পাব। ভ্রমণত অর্থ লাভ। শুভ ৰং বগা। শুভ সংখ্যা ৩।

কন্যা: কৰ্মত সুস্থিৰ পৰিৱেশ। শিৱ মন্দিৰত পাৰিলে বেল গছ ৰোপণ কৰক। অৰ্থ লাভ। আইনী কামত সফলতা লাভ। নতুন কোনো বস্তু ক্ৰয় কৰিব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।

তুলা: আনক উপকাৰ কৰি মনৰ সন্তুষ্টি পাব। লেন-দেন কৰোতে সাৱধান। ভ্ৰমণ কৰিব পাৰে। হঠাৎ স্বাস্থ্য বেয়া হ’ব পাৰে। নিজৰ ভুলৰ বাবে মিছাতে অশান্তি সৃষ্টি হ’ব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ৩।

বৃশ্চিক: অভিনেতাৰ শুভ। ব্যৱসায়ীসকলৰ শুভ। বিদ্যার্থীৰ মাধ্যম। শুভ ৰং সোণালী। শুভ সংখ্যা ৯।

ধনু: বন্ধুৰ লগত মতবিৰোধ। আইনী কোনো সমস্যাই দেখা দিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৫।

মকৰ : নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যোগ। নতুন গৃহ ল’ব পাৰে। বিদ্যার্থীসকলৰ ভ্ৰমণৰ যোগ আছে। প্রেমত শুভ। শুভৰং ক’লা। শুভ সংখ্যা১।

কুম্ভ: চাকৰিয়ালৰ পদোন্নতিৰ যোগ। ব্যৱসায়ত মাধ্যম। দূৰ যাত্রা নকৰিব। নিৰামিষ খাব। প্রেমত সাধৱান। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা৮।

মীন: চাকৰিয়ালৰ পদোন্নতি যোগ। প্ৰেমত সুখ। শত্রু নাশ হ’ব। পাব লগা ধন ঘূৰাই পাব। শুভ ৰং বগা। শুভ সংখ্যা ২।

Exit mobile version