Today’s Horoscope:দিনটোৰ ৰাশিফল

143804005

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: এই ৰাশিৰ জাতক-জাতিকাৰ বিভিন্ন ধৰণৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। বিদ্যার্থীৰ বাবে দিনটো ভাল। শুভ ৰং বগা। শুভসংখ্যা ২।

বৃষ: আপোনাৰ চাকৰিৰ কাৰণে দিনটো শুভ। যান-বাহনৰ পৰা সাৱধান। বিদ্যার্থীৰ কাৰণে দিনটো শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

মিথুন: দিনটোৰ শেষৰ ভাগত উন্নতিৰ সুযোগ আহিব পাৰে। ভ্ৰমণৰ যোগ। বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব। প্রেমত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ২।

কর্কট: আপোনাৰ চাকৰি ক্ষেত্ৰত আগবাঢ়িব পাৰে। শাৰীৰিক বেয়া নহয়। বিদ্যার্থীসকলৰ বাবে ভাল। ব্যৱসায় ক্ষেত্ৰত অশুভ। শুভ ৰং বগা। শুভসংখ্যা ২।

সিংহ: আজিৰ দিনটো কর্মত ব্যস্ততা দেখা যায়। শাৰীৰিক ক্ষেত্রত বেয়া নহয়। ব্যৱসায়ত নতুন পৰিচয় লাভ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা 81

কন্যা: আপোনাৰ সন্তানৰ বাবে চিন্তা থাকিব। পুৱা ঘৰৰ পৰা ওলোৱাৰ আগতে বেলগছৰ গুৰিত পানী ঢালিব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।

তুলা: আজিৰ দিনটো মানসিক অশান্তি ভুগি থাকিব। শিক্ষাৰ ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। ব্যৱসায়ীৰ ভাল। শুভ ৰং আকাশী নীলা। শুভসংখ্যা ২।

বৃশ্চিক: আজি হালধীয়া ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব। বিদ্যার্থীৰ বাবে দিনটো অশুভ। এজন দৰিদ্ৰ দুখীয়াক কিছু পৰিমাণে চাউল, দাইল দান কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।

ধনু: দিনটো সাৱধানে থাকিব। ব্যৱসায়ত সমস্যা আহিব পাৰে। কোনো মহিলাৰ কাৰণে বদনামী হ’ব পাৰে। বিদ্যার্থীৰ বাবে শুভ। শুভ ৰং বগা। শুভ সংখ্যা ২।

মকৰ: আপোনাৰ দিনটো শুভ। প্ৰেমত ভাল। ব্যৱসায়ত সাৱধান। শাৰীৰিক বেয়া নহয়। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।

কুম্ভ: আপোনাৰ চাকৰিৰ ক্ষেত্ৰত বিভিন্ন কাৰণত সমস্যা অহাৰ সম্ভাৱনা। বিদ্যার্থীয়ে যত্ন কৰিলে ভবাতকৈও ভাল ফল পাব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৮।

মীন: দিনটো ভালেই যাব। কামত ব্যস্ততাৰে পাৰ হ’ব। প্ৰেমত মাধ্যম। দূৰ ভ্ৰমণ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩ ৷

Exit mobile version