Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: মাটি-বাৰী, ধন লাভৰ যোগ। সু বন্ধুৰ লগ পাব। শাৰীৰকি বিষ বেদনা বৃদ্ধি পাব, ভ্রমণত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।
বৃষঃ ঘৰ-দুৱাৰ উন্নতিৰ চিন্তা। দাম্পত্যত বিশৃংখলা ৰহস্য মূলক কামত মনোযোগ বৃদ্ধি। ভ্রমণত মধ্যম। মেৰুণ শুভ ৰং। শুভ সংখ্যা ৯।
মিথুন: কর্মস্থানত উন্নতি। শত্রু বৃদ্ধি হ’ব। শৰীৰৰ উন্নতি হ’ব। ব্যয় বৃদ্ধি, আপোনাৰ কথাত আনক কষ্ট দিব পাৰে। হালধীয়া শুভ ৰং। শুভ সংখ্যা ৪।
কর্কট: আর্থিকত বাধা কম পাব। কিন্তু কোনোৱে কর্মস্থানত কেইটিমান দিশত চিন্তিত হ’ব পাৰে। বিদ্যাত শুভাশুভ ফল পাব। শৰীৰো মধ্যম। পাৰিবাৰিক শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।
সিংহ: বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়ত মন স্থিৰ কৰি ৰাখক। খুচৰা ব্যধিয়ে আমনি কৰিব। কৰ্মত উন্নতি। শুভ ৰং গোলপী। শুভ সংখ্যা ১।
কন্যা: আর্থিক দিশত ধনাত্মক হ’ব পাৰে। কর্মক্ষেত্রত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত শুভ ফল পাব। বিদ্যার্থীৰ কিছু বেমাজালি আহিব পাৰে। প্রেমত শুভ। দাম্পত্যত সাধাৰণ মতান্তৰ। শুভ ৰং নীলা। শুভ সংখ্যা ৭।
তুলা: আর্থিক দিশত প্রয়োজনীয় বাবে খৰচৰ বাট ওলাব। ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নহ’ব। শত্ৰুৰ পৰা মিত্ৰ যোগৰ আশা। বিয়া-বাৰুৰ সংযোগ। শুভ ৰং বগা। শুভ সংখ্যা ৬।
বিশ্চিক: কৰ্মত উদাৰতা থাকিব। প্ৰেমত শুভ। মন্দিৰ দৰ্শনে আনন্দি দিব। মাটি সম্পতি ক্ৰয় কৰিব পাৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা
ধনুঃ কর্মক্ষেত্রত বিশেষ কাৰণত কোনোৱে উপৰুৱা ব্যস্ততাত ভুগিব। আনহাতে, দিনটো পৰিষ্কাৰ থাকিব। শৰীৰ ভালেৰে যাব। বিদ্যাত বেয়া দেখা নাযায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।
মকৰ: কৰ্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সম্মানৰ ক্ষেত্ৰত সচেতন হ’ব। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়। ভ্রমণত দ্রব্য লাভ কৰিব। ব্যৱসায়ত আশাপ্রদ উন্নতিৰ যোগ শুভ ৰং মাটিয়া। শুভ সংখ্যা ১।
কুম্ভ: শিল্প কলাত পাৰদৰ্শিতা থাকিব। আৰ্থিক দিশত খৰচৰ পথ মুক্ত থাকিব। অংশীদাৰী ব্যৱসায়ত লাভৰ কাৰকা। দূৰ ভ্ৰমণ যোগ। শুভ ৰং ক’লা হালধীয়া। শুভ সংখ্যা ৪।
মীন: যত্নৰ দ্বাৰা বিদ্যাত সাফল্য আভা। আর্থিকত ব্যয় বৃদ্ধি পাব। কোন দূৰ বাৰ্তাত আনন্দ লাভ। বেংক কৰ্মচাৰীৰ শুভ। কোন কাৰণত মন চঞ্চল থাকিব। প্রেমত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।
