Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: শত্রু কমিব। ঘৰুৱা কামত উন্নতি হ’ব। ব্যৱসায় লাভজনক। শৰীৰ অলপ কষ্ট অনুভৱ হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
বৃষ : দক্ষতা আৰু সম্মান বৃদ্ধি। কর্মত উন্নতি। গুপন শত্ৰুৰ পৰা সাৱধান। শৰীৰ মধ্যম। বিদ্যাত শুভ। শুভ ৰং বগা। শুভসংখ্যা ৭
মিথুন: ব্যয় অধিক। ঘৰুৱা সদস্যৰ পৰা অশান্তি হ’ব। ভ্রমণত কষ্ট, ক্ষোভ হতাশা আঁতৰিব। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৪।
কর্কট: কর্মস্থানত নতুন উদ্সেৰে কাম কৰিব পাৰিব। বন্ধুবৰ্গৰ পৰা সাৱধান হওক। অযথা খৰচ নকৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
সিংহ: কর্মত স্থানত মধ্যম। বন্যপ্ৰাণীৰ পৰা সাৱধান হওক। দাম্পত্য কিছু সমস্যা সম্মুখীন হ’ব পাৰে। সৰলতাৰ সুযোগ আনে ল’ব পাৰে। শুভ ৰং বগা। শুভ সংখ্যা ৩।
কন্যা: নতুন কর্ম সংস্থাপনৰ বাট মুকলি হ’ব। গাড়ী-মাটি ক্রয় কৰিব পাৰিব। দাম্পত্য শুভ। উগ্র সাহস প্রদর্শন নকৰিব। হালধীয়া ৰং শুভ। শুভ সংখ্যা ৯।
তুলা: কৰ্ম আৰু আৰ্থিকত উন্নতি। ব্যস্ততা বৃদ্ধি। উৎসাহ-উদ্দিপন বৃদ্ধি পাব, শিক্ষাৰ্থীৰ সকলৰ শুভ। গুলপীয়া ৰং শুভ। শুভ সংখ্যা ৮।
বিশ্চিক: কর্মস্থানত শুভ। প্রেমত শুভ। পাৰিবাৰিক শান্তি। বিদ্যাত মধ্যম। শৰীৰৰ প্ৰতি যত্ন লওক। শুভ ৰং বগা, শুভসংখ্যা ৩
ধনু: চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যোগ, দুখীয়াক বস্তু, অন্ন দান কৰিব। অন্ধবিশ্বাস মনৰ নাৰাখিব। উৎকণ্ঠা আঁতৰিব গুলপীয়া ৰং শুভ। শুভ সংখ্যা ২।
মকৰ: আর্থিক অসুবিধা হ’ব পাৰে। কর্মস্থানত উন্নতি। বিদ্যাত শুভ। কলা গুৰুক ৰুটি খুৱাব। কমলা ৰং শুভ। শুভ সংখ্যা ৪।
কুম্ভ: কর্ম মধ্যম যদিও কিছু সমস্যা থাকিব পাৰে। দাম্পত্য শুভ। আর্থিক সম্পতি হানি হ’ব পাৰে। মাটিয়া ৰং শুভ। শুভসংখ্যা ৫।
মীন: বিদ্যাত মধ্যম, শৰীৰ কিছু দুৰ্বল হ’ব পাৰে মন্দিৰ দৰ্শন অধিক লাভ হ’ব। প্রেমত বাধা। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।
