Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ:কর্মত উন্নতি। ব্যৱসায়ত মধ্যম। ব্যয় বৃদ্ধি। পূব দিশত ভ্রমণ নকৰিব।শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ২।
বৃষ: কর্ম সংস্থাপন যোগ। পাৰিলে শনি মন্দিৰ দৰ্শন কৰিব শুভ হ’ব। আকোৰগুজ মনোভাবৰ পৰা ক্ষতি। বিদ্যাত উন্নতি। শুভ ৰং ৰঙা মেৰুণ। শুভ সংখ্যা ৫।
মিথুন: জ্ঞানী বা সৎ লোকৰ সান্নিধ্য লাভ কৰিব। বিদ্যাত মধ্যম। ভ্রমণত সাৱধান। শুভ ৰং মুগা। শুভ সংখ্যা ২।
কর্কট: কার্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব। মূল্যবান সম্পাদ লাভ। ব্যয় বৃদ্ধি, পূব দিশ ভ্রমণ কৰিব। শুভ ৰং মেৰুণ। শুভ সংখ্যা-৮।
সিংহ: সম্মান বৃদ্ধি। বন্ধু বৰ্গৰ পৰা উৎসাহিত হ’ব। শুভকাম সম্পন্ন কৰিব পাৰিব। প্ৰেমত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।
কন্যা: ব্যৱসায়ত উন্নতি। জমা ধন খৰচ হ’ব পাৰে। ভ্ৰমণত শুভ। শৰীৰৰ যত্ন লওঁক। শুভ ৰং হালধীয়া। শুভসংখ্যা ১।
তুলা: মূল্যবান সম্পাদ লাভ, ব্যয় বৃদ্ধি। আনৰ প্ৰতি উদাৰতা নহ’ব। কার্যক্ষেত্রত মধ্যম। শুভ ৰং নীলা। শুভসংখ্যা ৪।
বৃশ্চিক: মানসিক শাস্তি। সম্মান বৃদ্ধি। গোপন শত্রু বৃদ্ধি। কর্মক্ষেত্ৰত উন্নতি। খৰচ বৃদ্ধি। শুভ ৰং গুলপীয়া। শুভসংখ্যা ৮।
ধনু: ভ্রমণত কষ্ট। কর্মসংস্থাপনৰ যোগ। অর্থ নাশ, প্রেমত কষ্ট। শাৰীৰিক সংঘাটৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং চকলেট। শুভ সংখ্যা ২।
মকৰ: সামাজিক নিষ্ঠা আৰু দৃঢ়তা বৃদ্ধি। ধৈৰ্যৰ প্ৰয়োজন। কর্মস্থানত উন্নতি সন্তানক লৈ চিন্তা বৃদ্ধি। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
কুম্ভ: কর্মযোগ্যতা বৃদ্ধি, ভ্ৰমণৰ যোগ। আয়কৈ ব্যয় বৃদ্ধি। অর্থ নাশ শুভ ৰং মাখন। শুভ সংখ্যা ৩।
মীন: পৰিশ্ৰমৰ মৰ্যাদা পাব, ভ্রমণত চিন্তা বৃদ্ধি। দুষ্টলোকৰ পৰা সাৱধান হওক। শুভ ৰং মাখন। শুভ সংখ্যা ৬।
