অক্সিজেন টেংকী বিস্ফোৰণৰ ফলত বাগদাদৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ২৭জন কৰ’না ৰোগী
চিকিৎসালয়খনত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত মৃত্যু কমেও ২৭ জন কৰ'না ৰোগীৰ । ঘটনাটো শনিবাৰে নিশা ইৰাকৰ দক্ষিণ-পূব বাগদাদৰ এখন চিকিৎসালয়ত সংঘটিত ...
Read moreDetails