ADVERTISEMENT

Tag: Imran khan

ভাৰতৰ নেতৃত্বত আফগানিস্তানক লৈ ৰাষ্ট্ৰসংঘৰ বৈঠকলৈ নিমন্ত্রণ লাভ নকৰি ক্ষুব্ধ পাকিস্তান

ভাৰতৰ সভাপতিত্বত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকলৈ আমন্ত্রণ লাভ নকৰিলে পাকিস্তানে। ১৫ সদস্য বিশিষ্ট পৰিষদৰ বৈঠক আলােচনাৰ বিষয় আছিল আফগানিস্তানৰ সাম্প্রতিক ...

Read moreDetails

ইমৰানৰ মতে ভাৰতৰ জনসংখ্যা ৪০০ কোটি, সামাজিক মাধ্যমত পাক প্রধানমন্ত্রীক কটাক্ষ

পুনৰ ভুল তথ্য প্রকাশৰে সামাজিক মাধ্যমত কঠোৰভাৱে সমালােচিত হ’ল পাকিস্তান প্রধানমন্ত্রী ইমৰান খান। এখন জনসভাত বিশ্ব টেষ্ট চেম্পিয়নৰ ফাইনেলত নিউজিলেণ্ডৰ ...

Read moreDetails

প্রধানমন্ত্রী ইমৰান ব্যস্ত কাশ্মীৰক লৈ, কণী-মাংসৰ মূল্যবৃদ্ধিত হাহাকাৰ পাকিস্তানবাসীৰ

ভাৰতৰ লগতে প্রতিবেশী দেশ পাকিস্তানতাে পেট্রল-ডিজেলৰ মূল্য প্রতিদিনে ঊর্ধ্বমুখী হৈ আহিছে। এসপ্তাহ পূর্বে পাকিস্তানত ইন্ধনৰ যথেষ্ট মূল্যবৃদ্ধি হৈছিল। ফলত দেশখনৰ ...

Read moreDetails

আফগানিস্তান সীমান্তত সেনা মোতায়েন পাকিস্তানৰ, শংকাত কাবুল

সীমান্ত ৰক্ষাৰ দায়িত্বপ্ৰাপ্ত অৰ্ধ সেনা প্ৰত্যাহাৰ কৰি আফগান সীমান্তৰ সমান্তৰালকৈ সেনাবাহিনী মোতায়েন কৰিলে ইমৰান খান চৰকাৰে । শনিবাৰে পাক আভ্যন্তৰীণ ...

Read moreDetails

পেগাছাছ কাণ্ড, ভাৰতে হেক্ কৰিছিল ইমৰানৰ ফোন

বিশ্বৰ আন কে'বাখনো দেশৰ শীৰ্ষ নেতাৰ লগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ফোনো পেগাছাছ স্পাইৱেৰৰ জৰিয়তে নিৰীক্ষণত ৰখা হৈছিল । এই ...

Read moreDetails

ইমৰানৰ ‘নতুন পাকিস্তান’ত ৬০ হিন্দুক বলপূর্বক কৰিলে ধর্মান্তৰ

'নতুন পাকিস্তান’ গঢ়াৰ প্ৰতিশ্ৰুতিৰে পাকিস্তানৰ ক্ষমতা লাভ কৰা প্ৰধানমন্ত্রী ইমন খানৰ শাসনত দেশখনত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে নির্যাতন বৃদ্ধি পালে। তদুপৰি ...

Read moreDetails

ব্যর্থ আমৰ কূটনীতি: পাকিস্তানে প্ৰেৰণ কৰা ফলৰ বাকচ প্রত্যাখ্যান আমেৰিকা-চীনৰ

আমক লৈ কূটনৈতিক খেল খেলিবলৈ গৈ মুখ থেকেচা খালে পাকিস্তানে। ৩২ খনৰাে অধিক দেশক মুৰব্বীলৈ পাকিস্তানে অলপতে বন্ধুত্বসুলভ আচৰণৰে আমাৰ ...

Read moreDetails

পাকিস্তান সেনা-চৰকাৰৰ বিৰুদ্ধে মাত মাতিব নােৱাৰিব সংবাদ মাধ্যমে : নতুন আইনক লৈ ব্যাপক প্রতিক্রিয়া

পাকিস্তানৰ ইমৰান খানৰ চৰকাৰে সংবাদ মাধ্যমৰ বাবে নতুন নিয়ম প্রৱর্তনৰ এক খচৰা যুগুত কৰিছে। বিৰােধী দল পাকিস্তান পিপলছ পার্টি আৰু ...

Read moreDetails

বিশ্বৰ অতি বিপজ্জনক দেশৰ তালিকাভুক্ত পাকিস্তান, পুনৰ বিপাঙত পৰিল ইমৰান

আকৌ এবাৰ গভীৰ সংকটৰ সন্মুখীন হ’ল ইমৰান খান শাসিত পাকিস্তান। এফ এ টি এফৰ ধূসৰ তালিকাৰ পৰা নিজক মুক্ত কৰিবলৈ ...

Read moreDetails

ধর্ষণকাৰীৰ লিংগছেদ কৰা হ’ব পাকিস্তানত

ধর্ষণৰ ঘটনা হ্রাস কৰিবলৈ এইবাৰ অধিক কঠোৰ আইন প্রণয়নৰ সিদ্ধান্ত গ্রহণ কৰিছে পাকিস্তানে। ৰাসায়নিক প্রক্রিয়া (কেমিকেল কাষ্ট্রেছন)ৰ দ্বাৰা ধর্ষণকাৰীৰ লিংগছেদ ...

Read moreDetails
Page 5 of 6 1 4 5 6