ADVERTISEMENT

Tag: JMCH

JMCH:যোৰহাট মেডিকেল কলেজ হাস্পতালত অঘটন! তিনিটি শিশুৰ মৃত্যু এনকেফেলাইটিছত :উৎকট গৰমৰ সমান্তৰালভাৱে উজনিৰ কে’বাখনো জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে এনকেফেলাইটিছ ৷ ইতিমধ্যে এনকেফেলাইটিছত আক্ৰান্ত তিনি শিশু যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷ শিশু তিনিটি শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ ৷ আনহাতে,উজনিত শেহতীয়াকৈ এনকেফেলাইটিছ প্ৰাদুৰ্ভাৱ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জেএমচিএইছৰ অধীক্ষক মানৱজ্যোতি বুঢ়াগোহাঁইয়ে সকলোকে এই সময়ছোৱাত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷

JMCH: উৎকট গৰমৰ সমান্তৰালভাৱে উজনিৰ কে'বাখনো জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে এনকেফেলাইটিছ ৷ ইতিমধ্যে এনকেফেলাইটিছত আক্ৰান্ত তিনি শিশু যোৰহাট মেডিকেল কলেজ ...

Read more