চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৰোগীৰ খাদ্য যোগানত দুৰ্নীতিৰ অভিযোগ, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত ক'ভিড ৰোগীৰ খাদ্য যোগানৰ নামত ঠিকাদাৰৰ দুৰ্ণীতিৰ অভিযোগ চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ। বিধায়ক জনে কয় যে ...
Read moreDetails