আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ! নিহত তিনিজন আৰক্ষী বিষয়া
Pennsylvania:✒️বন্দুকধাৰীৰ আক্ৰমণত পুনৰ ৰক্তাক্ত আমেৰিকা। আমেৰিকাৰ পেনচিলভেনিয়াত এজন বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত তিনিজন আৰক্ষী বিষয়া নিহত হোৱাৰ লগতে আহত হয় দুজন। ...
Read moreDetails































