কাইলৈৰ পৰা বন্ধ প্ৰত্যাহাৰ গুৱাহাটী চিটি বাছ সন্থাৰ।মহানগৰীত কাইলৈৰপৰা চলাচল কৰিব চিটি বাছ ।গুৱাহাটী জিলা পৰিবহণ বিভাগৰ বহুকেইটা নতুন নিয়মক লৈ আপত্তি দৰ্শাই দুদিনীয়া বন্ধ দিছিল গুৱাহাটী চিটি বাছ সন্থাই।
ADVERTISEMENT
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.