Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

আৰক্ষীৰ গুলীচালনাত দুজন নিহত, সান্ধ্য আইন জাৰি, ইন্টাৰনেট সেৱা কৰ্তন

publisher by publisher
March 10, 2026
in National
Reading Time: 1 min read
0
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি

Urimaghat :উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উত্তপ্ত পৰিস্থিতি

Three Bangladeshi Citizens arrested in West Garo Hills:মেঘালয় আৰক্ষীৰ তালাচীত আটক তিনি বাংলাদেশী নাগৰিক

Meghalaya:

পশ্চিম গাৰো পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নির্বাচনক লৈ তুৰাত সৃষ্টি হোৱা অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে মঙলবাৰে পুৱা পশ্চিম গাৰো পাহাৰত সান্ধ্য আইন বলবৎ কৰাৰ সময়ত নিৰাপত্তা বাহিনীয়ে অবৈধ সমাবেশক ছত্ৰভংগ দিয়াৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ গুলীচালনাত দুজন লোক নিহত হয়।

ADVERTISEMENT

পশ্চিম গাৰো হিলছৰ আৰক্ষী অধীক্ষক আব্ৰাহাম টি চাংমাই এই কথা নিশ্চিত কৰি কয় যে নিশাৰ সান্ধ্য আইনত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ পিছত আৰক্ষীয়ে গুলীচালনা কৰে। “নিশা কাৰ্ফিউ বলবৎ কৰাৰ সময়ত বিষয়াসকলে অবৈধ সমাৱেশক ছত্ৰভংগ দিয়াৰ সময়তে মঙলবাৰে পুৱা আৰক্ষীৰ গুলীচালনাত দুজন লোক নিহত হয়,” ছাংমাই কয় আৰু লগতে কয় যে “বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে।”

ইয়াৰ পূৰ্বে সোমবাৰে নিশা তুৰাৰ চিবিনাং অঞ্চলত দুস্কৃতিকাৰীয়ে  জ্বলাই দিয়ে কেইবাখনো আগৰৰ ব্যৱসায়ৰ ব্যৱসায়িক প্রতিষ্ঠান ৷ একেদৰে তুৰাৰ মছজিদৰ দুই ইমাককো শাৰিৰীকভাৱে প্ৰহাৰ কৰে দুস্কৃতিকাৰীয়ে ৷

স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে সোমবাৰে নিশা ১২ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ মেঘালয় চৰকাৰে পশ্চিম গাৰো পাহাৰত কৰ্তন কৰিছে ইণ্টাৰনেট সেৱা ৷ লগতে মোতায়েন কৰিছে আৰক্ষী- অৰ্ধ সামৰিক বাহিনী ৷ বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে তুৰাত ৷

উল্লেখ্য যে সোমবাৰে দিনৰ ভাগৰ পৰাই পশ্চিম৷ গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ তুৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল I অ-জনজাতীয় প্রার্থীয়ে নির্বাচন খেলাক লৈ তীব্র বিৰোধীতা কৰে স্থানীয় গাৰো সম্প্ৰদায়ৰ লোকে ৷ যাৰ ফলস্বৰূপেই ফুলবাৰীৰ প্ৰাক্তন বিধায়ক ইছতাউৰ মোমিনিন, প্ৰাক্তন বিধায়ক ইনামুল হকে পাৰিষদ হিচাপে মনোনয়নপত্ৰ দাখিলৰ সময়ত একাংশ উত্তেজিত লোকে দুয়োকে আক্ৰমণ কৰিছিল ৷৷ ইয়াৰ পিছতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Curfew ImposedHeated SituationInternet BanMEGHALAYA GOVT.West Garo Hills
publisher

publisher

Related Posts

Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক
National

September 12, 2026
BRICS Summit in New Delhi 2026 :ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
India

September 11, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

September 8, 2026
R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা
Crime

August 29, 2026
BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

August 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d