চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি

অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি পালে। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই ঘোষনা কৰে। অহা ১ জানুৱাৰী, ২০১৯ ৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হব।

Exit mobile version