সমাজবাদী প্ৰাৰ্টি সবাতোকৈ ধনী আঞ্চলিক দল

দেশৰ ভিতৰত সবাতোকৈ আঢ্যবন্ত আঞ্চলিক ৰাজনৈতিক দল হিচাপে স্বীকৃত হ’ল সমাজবাদী পাৰ্টি । ইয়াৰ পিছতে আঞ্চলিক দল হিচাপে ধনীৰ তালিকাত আছে ডি এম কে আৰু টি আৰ এছ। এছ’চিয়েছন ফ’ৰ ডেম’ক্ৰেটিক ৰিফৰ্মচৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে ।

Exit mobile version