Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ABSU :বড়ো মাধ্যমৰ শিক্ষাৰ কে’বাটাও দাবী পূৰণৰ সিদ্ধান্ত চৰকাৰৰ

চাহ বাগিচাৰ আর্হিত বিটিআৰতো ৩৫ খন আদর্শ হাইস্কুল স্থাপনৰ সিদ্ধান্ত বৈঠকত গ্রহণ কৰা হয়। একেদৰে হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ৰ ৫৪ খন শিক্ষানুষ্ঠানৰ বাবে সুকীয়া পদ সৃষ্টি কৰা হ'ব। বড়ো মাধ্যমৰ বাবে বিশেষ টে'ট অনুষ্ঠিত হ'ব বুলি বৈঠকতে সিদ্ধান্ত লোৱা হয়

publisher by publisher
January 18, 2025
in Assam, News
Reading Time: 1 min read
0
ABSU :বড়ো মাধ্যমৰ শিক্ষাৰ কে’বাটাও দাবী পূৰণৰ সিদ্ধান্ত চৰকাৰৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

ABSU:বিটিচিলৈ পূৰ্বৰ অশান্তজৰ্জৰ পৰিৱেশ ঘূৰি অহাৰ শংকা এবছুৰ

Tripartite review meeting in Delhi :অধিক বড়ো গাঁৱৰ অন্তর্ভুক্তি-নাবলাৰ কাৰামুক্তিক লৈও দিল্লীত আলোচনা

Environment Day Celebrations:পৰিৱেশ দিৱসৰ দিনটোৰ পৰাই এবছুৰ দুই লাখ গছপুলি ৰোপনৰ অভিযান

ABSU :বড়ো মাধ্যমৰ শিক্ষাৰ কে’বাটাও দাবী পূৰণৰ সিদ্ধান্ত চৰকাৰৰ

ADVERTISEMENT

৩৫ খন আদর্শ বিদ্যালয়-৫৪ খন উচ্চতৰ মাধ্যমিকক উন্নীত কৰি পদ সৃষ্টিৰ সিদ্ধান্ত

বড়ো মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নক লৈ শুকুৰবাৰে অসম চৰকাৰে কে’বাটাও সিদ্ধান্ত গ্রহণ কৰছ। নিখিল বড়ো ছাত্ৰ সন্থা (এবছু) আৰু বড়ো সাহিত্য সভাৰ লগত জনতা ভৱনত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰে অনুষ্ঠিত এখন বৈঠকতে এনে সিদ্ধান্তবোৰ গ্ৰহণ কৰা হয়। প্রায় ডেৰ ঘণ্টাজুৰি চলা বৈঠকৰ সন্দৰ্ভত এবছুৰ সভাপতি দ্বীপেন বড়োৱে সদৰী কৰা অনুসৰি, চাহ বাগিচাৰ আর্হিত বিটিআৰতো ৩৫ খন আদর্শ হাইস্কুল স্থাপনৰ সিদ্ধান্ত বৈঠকত গ্রহণ কৰা হয়।

absu2একেদৰে হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ৰ ৫৪ খন শিক্ষানুষ্ঠানৰ বাবে সুকীয়া পদ সৃষ্টি কৰা হ’ব। বড়ো মাধ্যমৰ বাবে বিশেষ টে’ট অনুষ্ঠিত হ’ব বুলি বৈঠকতে সিদ্ধান্ত লোৱা হয় বুলি বড়োৱে সদৰী কৰে।

এই প্রসংগত তেওঁ কয়, ‘বড়ো শান্তি চুক্তি আৰু শিক্ষা সম্পর্কীয় কে’বাটাও দাবী পূৰণৰ বাবে যোৱা আঠ ডিচেম্বৰত আমি প্রতিবাদত বহিছিলো। তাৰ পাছত আমাক আলোচনালৈ মতা হয়।

আমাৰ দাবীৰ ভিতৰত আছে- অসম ন্যায়িক সেৱাৰ মূল পৰীক্ষাত বড়ো ভাষাক অন্তর্ভুক্ত কৰা, চি টে’টত বড়ো ভাষাক অন্তর্ভুক্ত কৰা, বড়ো মাধ্যমৰ বিটিআৰৰ অন্তর্ভুক্ত আৰু বাহিৰৰ শিক্ষানুষ্ঠানক প্রাদেশিকীকৰণ কৰা, ১০১ খন বড়ো মাধ্যমৰ হায়াৰ ছেকেণ্ডাৰী শিক্ষানুষ্ঠান উন্নীত কৰি পদ সৃষ্টি কৰা, ৩৫ খন বড়ো মাধ্যমৰ আদর্শ হাইস্কুল স্থাপন কৰা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা চৌহদ ওদালগুৰিত স্থাপন কৰা আৰু কে’বাখনো মহাবিদ্যালয়ত বড়ো মাধ্যমৰ পদ সৃষ্টি কৰা।’

এনে দাবীবোৰৰ ভিত্তিতে আজিৰ বৈঠকত উল্লিখিত দাবীবোৰ গ্ৰহণ কৰা হয় বুলি বড়োৱে সদৰী কৰে। তেওঁ লগতে কয় যে বড়োলেও বিশ্ববিদ্যালয়ৰ এটা চৌহদ ওদালগুৰিত স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি পাঁচটা বিভাগৰ বাবে পদ সৃষ্টি কৰা হ’ব বুলি শিক্ষামন্ত্রীয়ে বৈঠকত আশ্বাস প্রদান কৰে। তদুপৰি বৈঠকত অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠানৰ পদ প্রাদেশিকীকৰণক লৈ হোৱা আলোচনাত ইতিমধ্যে গঠিত ৰাজ্য চৰকাৰৰ কেবিনেট উপ- সমিতিয়ে পদক্ষেপ গ্রহণ কৰিব বুলি শিক্ষামন্ত্ৰীয়ে আশ্বাস দিয়াৰ কথাও এবছুৰ সভাপতিজনে সদৰী কৰে।

আলোচনা ফলপ্রসূ বুলিও মন্তব্য কবে বড়োৱে।

https://x.com/DipenBoroBTR/status/1880261065591935227?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1880261065591935227%7Ctwgr%5E8d7e38815c78a4a58d21431a15b0bf31c0e3be31%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fpublish.twitter.com%2F%3Furl%3Dhttps%3A%2F%2Ftwitter.com%2FDipenBoroBTR%2Fstatus%2F1880261065591935227

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ABSUranojpeguএবছুদ্বীপেন বড়োৰণোজ পেণ্ড
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d